— ড° ৰমেশ চন্দ্ৰ গোস্বামী "All the written words of history could fit on a cube of material measuring just one-hundredth of an inch wide, if the words were written with atoms." - Richard P. Feynman বিজ্ঞানীৰ দলটো, আৰু লগতে দলটো কঢ়িয়াই নিয়া জাহাজখন এটা লোহিত ৰক্তকোষৰ সমান...

ঊনবিংশ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ জাৰ্মান। যি সময়ত আনুস্থানিকভাৱে নাৰীৰ উচ্চ শিক্ষাৰ প্ৰচলন নাছিল, সেই সময়ত ফৰাছী আৰু ইংৰাজী ভাষাৰ শিক্ষাদানৰ অৰ্হতা লাভ কৰিয়েই এগৰাকী বিদূষী মহিলাই গণিত বিষয়ত উচ্চ শিক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈ এক বিৰল নিদৰ্শন দাঙি ধৰে। সেইগৰাকী মহিলা আছিল এমি...

সাক্ষাৎগ্ৰহণ : ড° প্রশান্ত কুমাৰ বৰদলৈ মুৰব্বী অধ্যাপক, ৰসায়ন বিভাগ, যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (JIST)।   প্রশ্ন: ‘চন্দ্রায়ান-১’ অভিযান প্রসংগত কথা-বতৰা আৰু পৰিকল্পনা কেতিয়া কৰা হৈছিল? উত্তৰ: সঁচা কথা ক’বলৈ হ’লে আমাৰ মহাকাশ বিভাগে চন্দ্ৰলৈ যে কেতিয়াবা এখন যান পঠিয়াব, সেই বিষয়ে মই সিমান আশাবাদী নাছিলোঁ। কাৰণ, সেয়া আছিল...

[সাক্ষাৎকাৰটি দুটা খণ্ডত ২৯ অক্টোবৰ, ২০১৫ আৰু ২ নৱেম্বৰ, ২০১৫ তাৰিখে অসমীয়া দৈনিক কাকত "নিয়মীয়া বাৰ্তা"ত প্ৰকাশ হৈছিল। নিয়মীয়া বাৰ্তাত প্ৰকাশিত মূল সাক্ষাৎকাৰটি আৰু তাৰ ইংৰাজী অনুবাদ "গণিত চ’ৰা"ত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে সাক্ষাৎ গ্ৰহণ কৰোঁতা ড° স্তুতি ৰঞ্জিত কোঁৱৰ আৰু নিয়মীয়া বাৰ্তাৰ মুখ্য...

[caption id="attachment_7610" align="alignleft" width="430"] পত্নী এলিচিয়াৰ সৈতে জন নাশ্ব[/caption] জীৱিত কালতে কিংম্বদন্তি হৈ পৰা জন নাশ্বৰ আকস্মিক মৃত্যুৰ খবৰটো সহকৰ্মী এজনে ফোনেৰে জনালে। ২৩ মে’, শনিবাৰে আমেৰিকাৰ নিউ জাৰ্চি চহৰত হোৱা এটা ভয়াবহ মটৰ দুৰ্ঘটনাত জন আৰু তেওঁৰ পত্নী এলিচিয়াৰ থিতাতে মৃত্যু হয়। মনটো ভাৰাক্ৰান্ত হৈ...

এই লেখাটো গণিত অলিম্পিয়াডত অহা এটি জ্যামিতিক সমস্যা সম্পৰ্কীয়। ইয়াত, সেই এটা সমস্যাকে পৃথক পৃথককৈ কেইবাধৰণে সমাধান কৰি দেখুওৱা হৈছে, যাৰ জৰিয়তে পাঠকে সমস্যাটোৰ লগত জড়িত গাণিতীক সৌন্দৰ্য উপভোগ কৰিব পাৰিব।   সমস্যাটো: $$ABCD$$ এটা বৰ্গ। $$E$$ হ’ল বৰ্গটোৰ ভিতৰৰ এনে এটা বিন্দু যাতে $$\angle{ECB}=\angle{EBC}=15^{\circ}$$. প্ৰমাণ কৰিব লাগে...

বহুদিনৰ আগেয়ে প্ৰিয় গল্পলেখক সৌৰভ কুমাৰ চলিহা ছাৰৰ সুখপাঠ্য গল্প পঢ়া মনত আছে; নামটো ‘শুবও নিদিয়ে’। তেতিয়া কলেজীয়া দিনত তেখেতৰ প্ৰায় সকলো গল্পই আমাৰ বহুতলৈ নতুন ৰোমাঞ্চ আনিছিল। তেখেতৰ প্ৰত্যেকটো গল্পতেই আছিল নতুনত্ব, অভিনৱত্ব, আধুনিকতা, নাগৰিকত্ব, বুদ্ধিগত চিন্তা আৰু বহুতো। তেখেতৰ অ’ হেনৰিৰ গল্প এটাৰ...

১) ৩২ বিয়োগ; ৫ ৰে পূৰণ; ৯ ৰে হৰণ। উপৰোক্ত পদ্ধতিৰে কোনটো বিখ্যাত পদ্ধতিগত পৰিবৰ্তন কৰিব পাৰি?   ২) লুডৱিগ স্কেল (LUDWIG SCALE) মহিলাৰ ক্ষেত্ৰত ______ জুখিবলৈ ব্যৱহাৰ কৰা হয়। নৰউড-হেমিল্টন স্কেল (NORWOOD-HAMILTON SCALE) পুৰুষৰ ক্ষেত্ৰত ______ জুখিবলৈ ব্যৱহাৰ কৰা হয়। খালী ঠাই পূৰণ কৰক!   ৩) সাংকেতিক নাম : 6LL3 জন্ম :...