বৰ্তমান ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত (iitg) অধ্যাপনা কৰি থকা ড° অনুপম শইকীয়া প্ৰথমজন আৰু এতিয়ালৈকে একমাত্ৰ অসমীয়া ৰেংলাৰ। ছাত্ৰাৱস্থাৰ পৰাই তেখেত অনন্য কৃতিত্বৰ অধিকাৰী আৰু বৰ্তমান শিক্ষক হিচাপেও অতিকে জনপ্ৰিয়। তেখেতৰ ৱেবচাইট  http://www.iitg.ernet.in/a.saikia/ । গণিত চ'ৰাৰ  লগত হোৱা এটা সাক্ষাৎকাৰত তেখেতে তেখেতৰ শিক্ষাজীৱন, গৱেষণা আৰু বিভিন্ন বিষয়ত তেখেতৰ...

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) নামৰ অনুষ্ঠানটিৰ জন্ম হয়। ১৯৮৭ চনৰ জুলাই মাহত ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক (অসমীয়া আৰু ইংৰাজী) ছমহীয়া আলোচনীখনে আত্ম-প্ৰকাশ কৰে। আলোচনীখনে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড° অমলা বেজবৰুৱা (‘অমলা বাইদেউ’)। বৰ্তমানলৈকে আলোচনীখনৰ সম্পাদকসকল...

[caption id="attachment_7228" align="alignleft" width="241"] Image Source : Shutterstock[/caption] বৰ্ত্তমান যুগটো হ’ল প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাত নিজকে জিলিকাই তুলিবলৈ চেষ্টা কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়েও। কলা-সংস্কৃতিত পূৰ্বৰে পৰা দক্ষ ছাত্ৰ-ছাত্ৰীসকল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাটো পাৰদৰ্শী সেইয়া প্ৰমাণ কৰি আহিছে যদিও সংখ্যাটো তেনেই তাকৰ। সেইবাবেই বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চৰকাৰেও এখন...

বিশ্বৰ গণিতজ্ঞসকলৰ জীৱন আৰু কৃতি যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁলোকৰ প্ৰতিভাৰ উন্মিলন একেবাৰে শৈশৱতে হয়। শৈশৱকালতে গাণিতিক প্ৰতিভাৰ উন্মিলন হোৱা এজন গণিতজ্ঞৰ বিষয়ে এই প্ৰৱন্ধটোত আলোচনা কৰিব খুজিছোঁ। যাৰ জীৱনগাথা জীৱনৰ কণ্টকময় পথেৰে খোজকঢ়াসকলৰ বাবে পৰম পাথেয়স্বৰূপ। ইউৰোপ মাহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তত...

প্ৰাচীন ভাৰতত গণিত আৰু বিজ্ঞানৰ চিন্তা-চৰ্চাত নৱজাগৰণৰ সূচনা হয় খ্ৰিষ্টীয় পঞ্চম শতিকাত আৰু ইয়াৰ বাটকটীয়া হ’ল আৰ্য্যভট্ট[$$^{1}$$]। তেওঁক “Renaissance Man” আখ্যা দিব পাৰি[$$^{2}$$]। তেওঁৰ পূৰ্বসূৰীসকলে গণিত, জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ, ধৰ্মীয় আচাৰ, বিজ্ঞান আৰু আধ্যাত্মিক জ্ঞান একেলগে লিপিৱদ্ধ কৰিছিল। সেই পৰম্পৰা ভংগ কৰিলে আৰ্য্যভট্টই। তেওঁ তদানীন্তন গণিত...

গণিত আৰু দৈনন্দিন জীৱন উভয়তে সমস্যা এটা সমাধান কৰিবলৈ কৰা ব্যৰ্থ সংগ্ৰ্ৰামে আমাক বৃত্ত এটাৰ চাৰিওফালে গতি কৰি থকাৰ দৰে অনুভৱ কৰিবলৈ বাধ্য কৰায়। “বৃত্ত এটাৰ চাৰিওফালে গতি কৰি থকা”– এনে ধৰণৰ পৰিঘটনাৰ বিষয়ে যদি অনুসন্ধান কৰা হয়, তেন্তে গণিতত এনে ধৰণৰ পৰ্য্যাপ্ত পৰিমাণৰ আমোদজনক...

গণিতৰ ইতিহাসৰ অন্যতম গ্লেমাৰাছ চৰিত্ৰ π(পাই)ৰ এক দীঘল তথা বৈচিত্ৰ্যপূৰ্ণ বুৰঞ্জী আছে। প্ৰ্ৰকৃততে এই চিহ্নটো নো কি? এইটো হ’ল গ্ৰ্ৰীক বৰ্ণমালাৰ এটা আখৰ যি ইংৰাজী বৰ্ণমালাৰ p আখৰটোৰ কাম কৰে। কিন্তু প্ৰ্ৰাচীন যুগত গ্ৰ্ৰীকসকলে এই আখৰটোৰে এক সুকীয়া তথা এক সুনিৰ্দিষ্ট মান বুজাবলৈ ব্যৱহাৰ কৰিছিল|...