দৈৰ্ঘ্য, কালি, আয়তন ওজন বা বৈদ্যুতিক আধান ইত্যাদি সম্পৰ্কীয় জোখ বুজাবলৈ প্ৰয়োজন হোৱা চিহ্নবোৰেই প্ৰকৃততে মানৱ মনক বাস্তৱ সংখ্যাৰ ধাৰণাৰ ফালে লৈ আহিল। এই জোখবোৰক অতি স্বাভাৱিক অৰ্থত সিহঁতক নিজৰ মাজত যোগ কৰিব পৰাটো এটা সাধাৰণ বৈশিষ্ট্য যেনে— এডাল সৰল ৰেখাৰ ওপৰত দুটা খণ্ড মূৰামূৰিকৈ...

গণিতত কল্পনা! সঁচাকৈয়ে যুক্তিৰ বাহিৰত যেনেই লাগে। পিছে গাণিতিক যুক্তিৰ নিছিগা হাৰডালিত গণিতৰ নানা হীৰা মৰকত গাঁথি যাঁওতে গণিতজ্ঞসকলে যিধৰণৰ সমস্যাৰ সমুখীন হ’ব লগা হয় সেই সকলোবোৰেই গণিতৰ অগ্ৰগতিৰ ইতিহাসত নিজে নিজে সোমাই পৰে আৰু কিছুদূৰ আগবাঢ়ি আহি পিছলৈ উভটি চালে কোনো কোনো গাণিতিক সংঘটন...

  L-1 মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ দ্বাৰা অধিগ্ৰহণ : আৰ. লিটল্-হেইলছচৰ উদ্যোগত ১৯১৯ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ে ৰামানুজনে ল’ব পৰাকৈ এখন গণিত আসন স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিল (অধ্যায় H-5)। কিন্তু ১৯২০ চনত তেওঁৰ মৃত্যুৱে এই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। পিছে, বিশ্ববিদ্যালয়ে তেওঁৰ নোটবুক কেইটাকে ধৰি সকলো গৱেষণা প্ৰবন্ধ তেওঁৰ পৰিয়ালৰ...

যিবোৰ শব্দ, বাক্য বা ছন্দ সচৰাচৰ পঢ়াৰ ধৰণতকৈ বিপৰীত ফালৰ পৰা, অৰ্থাৎ সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একেই হয় সেইবোৰক পেলিনড্ৰম বোলে। যেনে- Refer, level, নৱজীৱন। তথ্য অনুসৰি, মধ্যযুগত ইউৰোপ, আমেৰিকাত পেলিনড্ৰম আৱিস্কাৰ কৰাতো এটি খেলৰ দৰে আছিল আৰু গ্ৰীক, লেটিন আৰু ৰোমান ভাষাত ইয়াৰ চৰ্চা...

এখন মহাবিদ্যালয়ৰ ফুটবল, ভলীবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীসকলক তলৰ ভেনচিত্ৰটোত ক্ৰমে ত্ৰিভূজ, বৰ্গ, বৃত্ত আৰু আয়তৰ সহায়ত বুজোৱা হৈছে।এই ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্ন সাতটাৰ উত্তৰ উলিয়াওক।   ১) বেডমিন্টন খেলা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? A) ৭৭  B) ৩৩১  C) ৩৪১  D) ৩৫৯   ২) ফুটবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা,...

  গণিত প্ৰকৃতি অধ্যয়নৰ এক বিস্তৃত আৰু পৰিশীলিত অধ্যায়। মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে গণিতৰ প্ৰয়োগৰ বিশাল বিস্তৃতি লক্ষ্যণীয়। পুৱা উঠাৰ পৰা শোৱালৈকে আমি গণিতৰ প্ৰয়োগেৰে পৰিবৃত হৈ থাকোঁ। আজিকালি দেশৰ প্ৰগতি নিৰ্ভৰ কৰে আগতীয়াকৈ প্ৰস্তুত কৰা আঁচনিৰ ওপৰত। এই আঁচনিৰ সফল পৰিসমাপ্তি নিৰ্ভৰ কৰে শুদ্ধ আৰু...

  K-1 প্ৰতিকৃতি : ৩৩ বছৰীয়া কেঁচা জীৱনতে ৰামানুজনে এই জীৱনৰ পৰা বিদায় লোৱাত গণিতজ্ঞসকল আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় শোকত আকুল হৈ পৰিছিল। পোন-প্ৰথম স্মৃতি হিচাবে লোৱা হৈছিল ৰামানুজনৰ এখন তৈলচিত্ৰ। মাদ্ৰাজত তেওঁৰ কোনো ভাল প্ৰতিকৃতি পোৱাটো বৰ দুৰুহ আছিল। সেয়ে পাছপৰ্টত থকা ছবিকেই ব্যৱহাৰ কৰা হৈছিল। ৰংগনাথনে...