২২ ডিচেম্বৰ, ১৮৮৭ : এৰোদত জন্ম তেওঁৰ মোমায়েকৰ ফালৰ ককাদেউতাকৰ ঘৰত। তেওঁ এৰোদৰ জিলা মুঞ্চিফৰ কৰ্টত আমিন আছিল। দেউতাক — শ্ৰীনিবাস আয়েংগাৰ মাক — কোমালাম্মাল আইতাক — ৰাংগাম্মাল দেহৰ গঠনৰ ফালৰ পৰা ৰামানুজন আছিল বহু পৰিমাণে তেওঁৰ মাক আৰু আইতাকৰ দৰে। ঘৈণী — জানকী, জন্ম ১৯০১ ১৮৮৮ ৰ পৰা ১৯১৪ লৈ...

R-1 লক্ষ্যবছৰ ১৯৬৭ : ইয়াত কোনো সন্দেহ নাই যে ১৯৪০ চনৰ পিছত আৰু বহুত প্ৰবন্ধ ওলালহেঁতেন। ৰংগনাথনে আশা কৰা মতে শেষৰ পাঁচ বছৰ ৰামানুজনৰ নোটবুককেইটাৰ ফটোক’পি কেইটাৰ জড়িয়তে বহুত প্ৰবন্ধই টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ উদ্দীপিত কৰিলেহেঁতেন। গ্ৰন্থতালিকাৰ উপযুক্ত কাল হৈছে ১৯৬৭ চনৰ ২২ ডিচেম্বৰ। কাৰণ...

Q-1 ৰামানুজনৰ কৃতি : ১ ৰ পৰা ৩ লৈ — ৰামানুজনৰ নোটবুক ৪ ৰ পৰা ৬ লৈ — ১৯১৩-১৯১৪ মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ তেওঁৰ তিনিমহীয়া ৰিপোৰ্ট আৰু ১৯২৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰেছৰ দ্বাৰা প্ৰকাশিত তেওঁৰ সংগ্ৰহিত কাকত। Q-2 নোটবুককেইখনৰ প্ৰকাশিত কপিকেইখন : নোটবুক কেইখন টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ বোম্বেৰ দ্বাৰা...

P-1 পূৰ্ব ইংগিত : ৰামানুজনে গণিতৰ জগতখনত প্ৰথমবাৰৰ বাবে এক অসাধাৰণ প্ৰতিভাৰ ইংগিত বহন কৰা কথাটোৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যেতিয়া তেওঁ ১২ বছৰীয়া আছিল। ঘটনাটি এনেধৰণৰ আছিল। তেওঁ সেই সময়ত কুম্বাকোনমৰ হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়ি থকা এজন বন্ধুক গণিতৰ উচ্চতম সত্যৰ বিষয়ে সোধা বুলি জনা যায়।...

আজিৰ পৰা চাৰে তিনিশ বছৰৰো আগত এইখন পৃথিৱীৰে এখন গাঁওত এটা শিশুৰ জন্ম হৈছিল— এটা অপূৰঠ শিশু। সকলোৱে অলপ পিছতেই মৃত্যুৰ মুখত পৰিব বুলিয়ে ভাবিছিল। পিছে সকলোকে আচৰিত কৰি সেই শিশুটি প্ৰায় চাৰিকুৰি বছৰ ধৰি বাছি আছিল, —এই পৃথিৱীত বিয়পাইছিল এক অনাবিল সুগন্ধ। বিয়াৰ ছমাহ...

N-1 চকুযোৰ : এইখিনিতে আমি গণিতৰ মানুহ, ৰংগনাথনৰ দৃষ্টিত ৰামানুজনৰ চকু আৰু এই সন্দৰ্ভত তেওঁৰ অন্তঃবিশ্লেষণ কেনেনো অতি মোহনীয়ভাৱে উচ্চমানৰ তাকেই মন কৰিছোঁ। এজন মানুহৰ চকু দুযোৰ খিড়িকী এখনৰ দৰে, যাৰ মনে ছালৰ বাহিৰৰ পৰা বাতৰি গ্ৰহণ কৰে। ইয়াত ইহঁতৰ একোটা মাত্ৰা থাকে আন ইন্দ্ৰিয়বোৰৰ দৰেই। কিন্ত...

MA পাতনিঃ এই অধ্যায়টোত ৰামানুজনৰ জীৱিত বন্ধুকেইজনমান (সেই সময়ৰ) আৰু মিচেছ ৰামানুজনৰ স্মৃতিচাৰণ সামৰা হৈছে| এইসকল পাঁচটা দলত আছে স্কুল-বন্ধু, কলেজ-বন্ধু, কেম্ব্ৰিজৰ বন্ধু আৰু তেওঁৰ ঘৈণী| প্ৰতিটো স্মৃতিচাৰণ আৰম্ভ হৈছে নামেৰে আৰু লগতে সংযুক্ত ব্যক্তিজনৰ কিছু সবিশেষেৰে|   এম.বি / এম.চি.ৰ স্কুল-বন্ধু   MB মি. এন.ৰঘুনাথনৰ স্মৃতিচাৰণ ৰামানুজনৰ স্কুল-বন্ধু আৰু অৱসৰপ্ৰাপ্ত...

সৰলতৰ সমস্যা কেতবোৰ গণিতত অতি আমোদজনকভাৱে আত্মগমনকাৰী। পাটীগণিতৰ সমস্যা কেতবোৰ খুব সম্ভৱ সকলোতকৈ সৰলতৰ আৰু তুলনামূলকভাৱে স্বাভাৱিক। পাটীগণিতৰ নাম ল’লেই ইয়াৰ লগত এৰাব নোৱাৰাকৈ জড়িত স্বাভাৱিক সংখ্যাসমূহ, যেনে, 1, 2, 3, 4,...