শ্ৰেণী এটাৰ পৰৱৰ্তী পদটো

“ANY number can be the next term in the usually given set of terms.

[…]

Theoretically there are many possibilities. So some understanding is essentially either implied or needed in connection with the question:

What is the Next Term?”

– Prof. R. C. Gupta.

(“On Finding the Next Term”.)

তলৰ শ্ৰেণীবোৰৰ পৰৱৰ্তী পদটো নিৰ্ণয় কৰক:-

১) ৫৫, ২৫, ১০, __

ক) ১

খ) ০

গ) ৫

ঘ) ১০

২) ৩৬, ২৮, ২৪, ২২, __

ক) ২০

খ) ২১

গ) ২২

ঘ) ২৪

৩) ৮, ১১, ১৫, ১৮, ২২, __

ক) ২৫

খ) ২৬

গ) ২৪

ঘ) ২২

৪) ৫৯৫৩৭৪৫০২৪, ৯৫৩৭৪৫০২৪, ৯৫৩৭৪৫০২, __

ক) ৯৫৩৭৪৫২

খ) ৯৩৭৪৫০২

গ) ৫৯৩৭৪৫০

ঘ) ৫৩৭৪৫০২

৫) ৯, ১১, ২৩, ১৩, ১৫, ২৩, ১৭, __

ক) ২১

খ) ২০

গ) ৩৩

ঘ) ১৯

৬) ৭, ১১, ১৭, ১১, ১২, ১৭, ১৫, __

ক) ১১

খ) ১৪

গ) ১৩

ঘ) ১২

৭) ১, ২, ৪, ১০, ১৬, ৪০, ৬৪, __

ক) ১০০

খ) ২০০

গ) ২৪৫

ঘ) ১২৩

৮) ৫, ৯, ১৬, ২৯, ৫৪, __

ক) ১২২

খ) ১০৩

গ) ১৩৩

ঘ) ১১১

৯) ৮, ২৪, ১২, ৩৬, ১৮, ৫৪, __

ক) ২২

খ) ২৬

গ) ২৪

ঘ) ২৩

১০)৮, ২৪, ১২, ৩৬, ১৮, ৫৪, __

ক) ২২

খ) ২৭

গ) ২৯

ঘ) ৩১

১১) ১, ৮, ৯, ৬৪, ২৫, __

ক) ২৩৪

খ) ২১৬

গ) ১২৫

ঘ) ২১৮

১২) ১, ৫, ১৩, ২৫, __

ক) ৩২

খ) ৪০

গ) ৪১

ঘ) ৩৭

১৩) ৬, ২৪, ৬০, ১২০, ২১০, __

ক) ২৪০

খ) ৩৩৬

গ) ৩২২

ঘ) ৩৩৪

১৪) ৩, ১০, ১০১, __

ক) ১০১০১

খ) ১০৩০১

গ) ১০২০১

ঘ) ১০২০২

১৫) ৯, ২৭, ৩১, ১৫৫, ১৬১, ১১২৭, __

ক) ২২২

খ) ১১২৮

গ) ১১৩৫

ঘ) ২২৪১

১৬) ৮৮, ৪৮, ২৪, __

ক) ১৪

খ) ৮

গ) ৪

ঘ) ১২

১৭) ২০, ১০০, ২০০, ৩২০, __

ক) ৪২০

খ) ৪০০

গ) ৪৬০

ঘ) ৫২০

১৮) ১, ৩, ১১, ২৯, __

ক) ৩১

খ) ৬১

গ) ৪১

ঘ) ৩৭

১৯) ১, ১, ২, ৬, __

ক) ৮

খ) ১২

গ) ২৪

ঘ) ১০

২০) ২, ৪, ৮, ৩২, __

ক) ৩৬

খ) ৬৪

গ) ২৫৬

ঘ) ৯৬

উত্তৰসমূহ:

১) খ

২) খ (৩৬-৮=২৮, ২৮-৪=২৪, ২৪-২=২২, ২২-১=২১)

৩) ক (৮+৩=১১, ১১+৪=১৫, ১৫+৩=১৮, ১৮+৪=২২, ২২+৩=২৫)

৪) ঘ

৫) ঘ (৯+২=১১, ১১+২=১৩, ১৩+২=১৫, ১৫+২=১৭, ১৭+২=১৯)

৬) গ (৭+৪=১১, ১১+৪=১৫; ১১+১=১২, ১২+১=১৩)

৭) খ

৮) খ (২.৫-১=৯, ২.৯-২=১৬, ২.১৬-৩=২৯, ২.২৯-৪=৫৪, ২.৫৪-৫=১০৩)

৯) খ (৮+৪=১২, ১২+৬=১৮, ১৮+৮=২৬)

১০) খ (৮/১২=২/৩, ১২/১৮=২/৩, ১৮/২৭=২/৩)

১১) খ (১², ২³, ৩², ৪³, ৫², ৬³=২১৬)

১২) গ (১+৪=৫, ৫+৮=১৩, ১৩+১২=২৫, ২৫+১৬=৪১)

১৩) খ (২×=৬, ৪×=২৪, ৬×১০=৬০, ৮×১৫=১২০, ১০×২১=২১০, ১২×২৮=৩৩৬)

১৪) ঘ

১৫) গ (x৩, +৪, x৫, +৬, x৭, …..)

১৬) খ (৮৮/২+৪=৪৮, ৪৮/২+০=২৪, ২৪/২-৪=৮)

১৭) গ (+৮০, +১০০, +১২০, +১৪০)

১৮) খ [+২, +৮, +১৮, +৩২, … অৰ্থাৎ,  +(২x১2), +(২x২2), +(২x৩2), +(২x৪2),….]

১৯) গ (x১, x২, x৩, x৪)

২০) গ (পূৰ্বৱৰ্তী পদ দুটাৰ পূৰণফল)

Featured Image Source: Shutterstock

No Comments

Post A Comment