প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ এজন প্ৰখ্যাত ভাৰতীয় ব্ৰহ্মাণ্ডবিজ্ঞানী (cosmologist)। গতানুগতিকতাৰ পৰা ফালৰি কাটি যিসকল ব্যক্তিয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, নাৰ্লিকাৰ সেইসকলৰ অন্যতম। পুণেৰ আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিঃপদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান, IUCAA (Inter University Center for Astronomy and Astrophysics)ৰ প্ৰতিস্থাপক সঞ্চালক প্ৰফেচৰ নাৰ্লিকাৰ বৰ্তমান সেই প্ৰতিষ্ঠানৰেঅৱসৰ-প্ৰাপ্ত অধ্যাপক...