সাক্ষাৎগ্ৰহণ : ড° প্রশান্ত কুমাৰ বৰদলৈ মুৰব্বী অধ্যাপক, ৰসায়ন বিভাগ, যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (JIST)।   প্রশ্ন: ‘চন্দ্রায়ান-১’ অভিযান প্রসংগত কথা-বতৰা আৰু পৰিকল্পনা কেতিয়া কৰা হৈছিল? উত্তৰ: সঁচা কথা ক’বলৈ হ’লে আমাৰ মহাকাশ বিভাগে চন্দ্ৰলৈ যে কেতিয়াবা এখন যান পঠিয়াব, সেই বিষয়ে মই সিমান আশাবাদী নাছিলোঁ। কাৰণ, সেয়া আছিল...