১৮৫৩ চনৰ পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) এটা দৰিদ্ৰ পৰিয়াল৷ দুবেলা-দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া সেই পৰিয়ালটোৰ উপাৰ্জনৰ ৰাস্তা আছিল কেৱল এখন গেলামালৰ দোকান৷ এনে এক দৰিদ্ৰতাৰ বতাহজাকৰ মাজতে আকৌ সেই পৰিয়ালটোলৈ আলহী হৈ আহিল পঞ্চমটি সন্তান৷ সাধাৰণ গেলামালৰ দোকানখনেৰে পৰিয়াল পোহ-পাল দি থকা দেউতাকে পঞ্চমটি সন্তানৰ...