২০১০ চনৰ ২৪ অক্টোৱৰ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষগৃহত সেই বৰ্ষৰ টেকক্ষেত্ৰৰ (TechXetra) উপলক্ষে প্ৰফেছৰ নয়নদীপ ডেকাবৰুৱাই এক সংখ্যা-যাদু প্ৰদৰ্শন কৰিছিল। ইয়াত সহযোগ কৰিছিল বিশ্ববিদ্যালয়খনৰ গণিত ক্লাৱৰ প্ৰায় চল্লিশজন সদস্যই। বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনী উপভোগ কৰিছিল। ওপৰৰ ফটো...