১) $$\triangle ABC$$ ত $$\angle CAB=2\angle ABC$$। যদি ইয়াৰ বাহুসমূহ $$BC$$, $$CA$$ আৰু $$AB$$ ৰ দৈৰ্ঘ ক্ৰমে $$a$$, $$b$$ আৰু $$c$$, তেন্তে প্ৰমাণ কৰা যে $$a^{2}=b(b+c)$$। সমাধান:- তলৰ চিত্ৰত দেখুওৱাৰ দৰে $$\angle BAC$$ ৰ সমদ্বিখণ্ডক $$AD$$ অংকণ কৰা হ’ল।   $$\angle DAB=(1/2)\angle CAB=\angle ABC$$, গতিকে $$AD=BD$$। ধৰাহওক, $$AD=BD=x$$ আৰু $$CD=y$$। এতিয়া, $$\angle...