ভেনচিত্ৰ

এখন মহাবিদ্যালয়ৰ ফুটবল, ভলীবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীসকলক তলৰ ভেনচিত্ৰটোত ক্ৰমে ত্ৰিভূজ, বৰ্গ, বৃত্ত আৰু আয়তৰ সহায়ত বুজোৱা হৈছেএই ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্ন সাতটাৰ উত্তৰ উলিয়াওক।

 venn-diagram-3

১) বেডমিন্টন খেলা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ৭৭  B) ৩৩১  C) ৩৪১  D) ৩৫৯

 

২) ফুটবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা, কিন্তু ভলীবল নেখেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ৩১৫  B) ৫১  C) ২২  D) ১২১

 

৩) ফুটবল, ভলীবল বা ক্ৰিকেট খেলা, কিন্তু বেডমিন্টন নেখেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ২০৬  B) ৩১৫  C) ১৪৬  D) ১৭৯

 

৪) কেৱল বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ৩৪১  B) ১৩০  C) ৮৫  D) ২৯

 

৫) বেডমিন্টন বা ক্ৰিকেট খেলা, কিন্তু ফুটবল নেখেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ৩৫৭  B) ৪২৮  C) ২৯৮  D) ৪৮৭

 

৬) ভলীবল নেখেলা, কিন্তু ফুটবল আৰু ক্ৰিকেট খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ২২  B) ০  C) ২৩০  D) ৫১

 

৭) ক্ৰিকেট আৰু ফুটবল নেখেলা, কিন্তু ফুটবল আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ১৯৮  B) ৯৬  C) ২০৬  D) ৬২

 

কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এটা পৰীক্ষাত বিজ্ঞান, গণিত, সাহিত্য, বুৰঞ্জী আৰু ৰাজনীতি —এই পাঁছটা বিষয়ৰ পৰীক্ষা দিছিল। তলৰ ভেনচিত্ৰটোত, বিজ্ঞানত ৬০% তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সমবাহু-ত্ৰিভূজেৰে বুজোৱা হৈছেঠিক তেনেদৰে বৃত্তই গণিতত ৬০% তকৈ অধিক নম্বৰ পোৱা, বৰ্গই সাহিত্যত ৬০% তকৈ অধিক পোৱা, আয়তক্ষেত্ৰই বুৰঞ্জীত ৬০% তকৈ অধিক পোৱা আৰু উপবৃত্তই ৰাজনীতিত ৬০% তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক বুজাইছে। ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ক।

venn-diagram-4 

৮) অন্ততঃ এটা বিষয়ত কিমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৬০% তকৈ অধিক নম্বৰ পাইছিল?

A) ২২  B) ১১৮  C) ৩৭১  D) ৬৯৫

 

৯) গণিত আৰু সাহিত্যত ৬০% তকৈ বেছি নম্বৰ পোৱা, কিন্তু বিজ্ঞান আৰু ৰাজনীতিত নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ১০৮  B) ৮১  C) ১১৭  D) ৩৬

 

১০) আটাইকেইটা বিষয়তে ৬০% তকৈ অধিক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ৬৯৫  B) ৫০০  C) ৩৭১  D) ০

 

১১) গণিত, সাহিত্য আৰু বুৰঞ্জীত ৬০% তকৈ অধিক পোৱা, কিন্তু ৰাজনীতিত নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ২১  B) ২১৮  C) ১৬৫  D) ২৩

 

১২) গণিতত ৬০% তকৈ অধিক পোৱা, কিন্তু বিজ্ঞান আৰু সাহিত্যত নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ৭৭  B) ১৮৭  C) ৬৮  D) ১৭৮

 

১৩) গণিত, সাহিত্য বা বুৰঞ্জীত কোনোটোতে ৬০% তকৈ অধিক নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ১২  B) ৩১  C) ৪৩  D) ৫২

 

১৪) বিজ্ঞান আৰু ৰাজনীতিত ৬০% তকৈ অধিক নোপোৱা, কিন্তু গণিতত পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ১০৯  B) ১৮৭  C) ৯২  D) ১১৮

 

১৫) সাহিত্য আৰু ৰাজনীতিত ৬০% তকৈ অধিক নোপোৱা, বাকী সকলোতে ৬০% তকৈ অধিক পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

A) ১৪১  B) ৩৬৪  C) ১৭  D) ৪৩

 

উত্তৰসমূহ:

১) C ২) C ৩) D ৪) C ৫) C ৬) A ৭) D ৮) C ৯) B ১০) D ১১) A ১২) A ১৩) C ১৪) D ১৫) C

Featured Image Source : Shutterstock

No Comments

Post A Comment