০ ৰ পৰা ৫০০ লৈকে অখণ্ড সংখ্যাসমূহৰ কিছুমান বৈশিষ্ট

ইয়াত সন্নিৱিষ্ট কিছুমান বৈশিষ্ট The Prime Pages, The On-Line Encyclopedia of Ineger Sequences আৰু টানিয়া কোভেনোভা (Tanya Khovanova) নামৰ গণিতজ্ঞগৰাকীৰ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰি অনুবাদ কৰা হৈছে। আন কিছুমান বৈশিষ্ট কিছুমান গৱেষণা-পত্ৰৰ পৰা লোৱা আৰু আন কিছুমান তাৰ ভিত্তিত নিজে গণনা কৰি উলিওৱা।

ইয়াৰে কোনো এটা সংখ্যাৰ লগত প্ৰযোজ্য একোটা বৈশিষ্ট আন সংখ্যাৰ লগত খাটিব নে নাখাটে আৰু কিয় নাখাটে — সেইধৰণৰ কথাসমূহ লগে লগে ভাবি চালেহে প্ৰতিটো বৈশিষ্টৰ ৰস পোৱা যায়। কিছুমানৰ বৈশিষ্টৰ ক্ষেত্ৰত এই উত্তৰবোৰ উলিওৱাটো অতি জটিল।

ইয়াৰে কিছুসংখ্যকৰ সম্পৰ্কে পূৰ্বতে ইয়াতো দিয়া হৈছিল— গণিত পাঠ – ২ : কেইটামান সংখ্যাৰ একক ধৰ্ম

০ ৰ পৰা ১৫০ লৈ »

১৫১ ৰ পৰা ৩৫০ লৈ »

৩৫১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৫১ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৫১১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৫১১ ৰে হৰণ যায়।

৩৫২ ♦⩥⋙ \text{৩৫২}=\text{১০}^{\text{৩}}-\text{৮}^{\text{৩}}-\text{৪}^{\text{৩}}-\text{৪}^{\text{৩}}-\text{২}^{\text{৩}}

৩৫৩ ♦⩥⋙ \text{৩৫৩}^{\text{৪}}=\text{৩০}^{\text{৪}}+\text{১২০}^{\text{৪}}+\text{২৭২}^{\text{৪}}+\text{৩১৫}^{\text{৪}}

৩৫৪ ♦⩥⋙ \text{৩৫৪}=\text{১}^{\text{৪}}+\text{২}^{\text{৪}}+\text{৩}^{\text{৪}}+\text{৪}^{\text{৪}}

৩৫৫ ♦⩥⋙ ৩৫৫ = ৩ × ৫! – ৫।

৩৫৬ ♦⩥⋙ ৩৫৬তম মৌলিকটো ২৩৯৩। ৩৫৬২৩৯৩ আৰু ৩৫৬ + ২৩৯৩ ও মৌলিক।

৩৫৭ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৫৭ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৫৭১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৫৭১ ৰে হৰণ যায়।

৩৫৮ ♦⩥⋙ ৩৫৮ বিটত (bit) লিখিব পৰা আটাইতকৈ ডাঙৰ মৌলিকটো \text{২}^{\text{৩৫৮}}-\text{৬৭১}

৩৫৯ ♦⩥⋙ আটাইতকৈ সৰু ছ’ফি জেৰমেইন মৌলিক সংখ্যা, যাক ওলোটা ক্ৰমত লিখিলে পোৱা সংখ্যাটোও এটা ছ’ফি জেৰমেইন মৌলিক সংখ্যা।

৩৬০ ♦⩥⋙ যিকোনো বৃত্তই নিজৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ [ডিগ্ৰী এককত]।

৩৬১ ♦⩥⋙ প্ৰতিটো স্বাভাৱিক সংখ্যা n ৰ বাবে (\text{২০}^n-\text{২০}) ক ৩৬১ ৰে হৰণ যায়।

৩৬২ ♦⩥⋙ ৩! + ৬! + ২! – ১ আৰু ৩! × ৬! × ২! + ১ মৌলিক।

৩৬৩ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৬৩ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৬৩১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৬৩১ ৰে হৰণ যায়।

৩৬৪ ♦⩥⋙ \text{৩৬৪}^{\text{৭}}=\text{৮৪৬৬৬১২৫৪১১৫০১৬৭০৪}={(\text{-৮৪৬+৬৬১-২৫৪+১১৫-০১৬+৭০৪})}^{\text{৭}}। (৩৬৪ ত ঘাত ২, ৩, ৪, ৫, ৬ ৰ বাবেও এনেকুৱা আৰ্হি একোটা পোৱা যায়।)

৩৬৫ ♦⩥⋙ ক্ৰমিক বৰ্গৰ যোগফল ৰূপে একাধিক ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা। \text{৩৬৫}=\text{১০}^{\text{২}}+\text{১১}^{\text{২}}+\text{১২}^{\text{২}}=\text{১৩}^{\text{২}}+\text{১৪}^{\text{২}}

৩৬৬ ♦⩥⋙ \text{৩৬৬}=\text{৮}^{\text{২}}+\text{৯}^{\text{২}}+\text{১০}^{\text{২}}+\text{১১}^{\text{২}}

৩৬৭ ♦⩥⋙ ই আটাইতকৈ ডাঙৰ সংখ্যাৰ যাৰ বৰ্গফলটোৰ অংকবোৰ উৰ্ধক্ৰমত থাকে।

৩৬৮ ♦⩥⋙ \text{৩৬৮}=\text{১০}^{\text{৩}}-\text{৮}^{\text{৩}}-\text{৪}^{\text{৩}}-\text{৪}^{\text{৩}}+\text{২}^{\text{৩}}

৩৬৯ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৬৯ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৬৯১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৬৯১ ৰে হৰণ যায়।

৩৭০ ♦⩥⋙ \text{৩৭০}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{০}^{\text{৩}}

৩৭১ ♦⩥⋙ \text{৩৭১}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{১}^{\text{৩}}

৩৭২ ♦⩥⋙ \text{৩৭২}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{২}

৩৭৩ ♦⩥⋙ \text{৩৭৩}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৩}

৩৭৪ ♦⩥⋙ \text{৩৭৪}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৪}

৩৭৫ ♦⩥⋙ \text{৩৭৫}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৫}

৩৭৬ ♦⩥⋙ \text{৩৭৬}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৬}

৩৭৭ ♦⩥⋙ \text{৩৭৭}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৭}

৩৭৮ ♦⩥⋙ \text{৩৭৮}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৮}

৩৭৯ ♦⩥⋙ ই হ’ল প্ৰথম পোন্ধৰটা অযুগ্ম মৌলিক সংখ্যাৰ যোগফল।

\text{৩৭৯}=\text{৩}^{\text{৩}}+\text{৭}^{\text{৩}}+\text{৯}

৩৮০ ♦⩥⋙ (৩৮০, ১৪১৯, ১৪৬৯) পাইথাগোৰীয় ত্ৰয়ী।

৩৮১ ♦⩥⋙ ১০৭২৬৯০৪৬৫৯ টো আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ পৰা ৩৮১ টা সংখ্যা পাৰ হৈ পৰৱৰ্তী মৌলিকটো পোৱা যায়।

৩৮২ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৮২ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৮২১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৮২১ ৰে হৰণ যায়।

৩৮৩ ♦⩥⋙ আটাইতকৈ সৰু পেলিনড্ৰমিক ছ’ফি জেৰমেইন মৌলিক।

৩৮৪ ♦⩥⋙ \text{২}\times\text{৩৮৪}^{\text{২}}-\text{১} আৰু \text{৩৮৪}\times\text{৩৮৪}^{\text{২}}-\text{১} দুটা মৌলিক সংখ্যা।

\text{৩৮৪}=\text{৩}\times\text{৮}\times\text{৪}^{\text{২}}

৩৮৫ ♦⩥⋙ প্ৰথম দহটা বৰ্গৰ যোগফল।

৩৮৬ ♦⩥⋙ \text{২}^{\text{১২৭৯}}-\text{১} টো ৩৮৬ টা অংক যুক্ত মাৰ্চিন মৌলিক সংখ্যা।

\text{৩৮৬}=\frac{\text{১}^{\text{৭}}+\text{২}^{\text{৭}}+\text{৩}^{\text{৭}}}{\text{১+২+৩}}

৩৮৭ ♦⩥⋙ ৩৮৭ ৰ উৎপাদকৰ পৰিমাণ ৩৮৮ ৰ উৎপাদকৰ পৰিমাণৰ সমান।

৩৮৮ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৮৮ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৮৮১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৮৮১ ৰে হৰণ যায়।

৩৮৯ ♦⩥⋙ ৩৮৯ বিটত (bit) লিখিব পৰা আটাইতকৈ ডাঙৰ মৌলিকটো \text{২}^{\text{৩৮৯}}-\text{২১}

৩৯০ ♦⩥⋙ x^{\text{৩}}+y^{\text{৩}}+z^{\text{৩}}=\text{৩৯০} সমীকৰণটোৰ কোনো অখণ্ড সমাধান এতিয়াও আৱিষ্কাৰ হোৱা নাই।

৩৯১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৩৯১ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৩৯১১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৩৯১১ ৰে হৰণ যায়।

৩৯২ ♦⩥⋙ \text{৪}^{\text{৩৯২}}+\text{৩} এটা মৌলিক।

৩৯৩ ♦⩥⋙ \text{১০০০}^{\text{৩৯৩}}-\text{৩৯৩} এটা মৌলিক।

৩৯৪ ♦⩥⋙ \text{১৯৯৯৮৯}^{\text{৩৯৪}} টো ৩৯৪ ৰে আৰম্ভ হয়।

৩৯৫ ♦⩥⋙ ১৫৫ তকৈ ডাঙৰ সকলো স্বাভাৱিক সংখ্যা n ৰ বাবে ১!! + ২!! + ৩!! + … + n!! ক ৩৯৫ ৰে হৰণ যায়। [টোকা: ৩৯৫ অযুগ্ম; ৩৯৫ = ৫×৭৯; আৰু ২×৭৯-২=১৫৬।]

৩৯৬ ♦⩥⋙ \text{২}^{\text{২৭০৩}} টো ৮১৪ টা অংক যুক্ত এটা সংখ্যা; ইয়াৰ যুগ্ম অংকবোৰ আঁতৰাই দিলে ৩৯৬ টা অংক যুক্ত এটা মৌলিক পোৱা যায়।

৩৯৭ ♦⩥⋙ ৩৯৬!! ≡ ৩৯৫!! (mod ৩৯৭)।

^\text{৩৯৬}C_{\frac{\text{৩৯৬}}{\text{২}}}\equiv\text{১}(\mod \text{৩৯৭})

৩৯৮ ♦⩥⋙ \text{১}+\text{৩৯৮}+\text{৩৯৮}^{\text{২}}+\text{৩৯৮}^{\text{৩}}+\dots+\text{৩৯৮}^{\text{১০}} টো মৌলিক।

৩৯৯ ♦⩥⋙ ৩৯৯তম মৌলিক সংখ্যাটো ২৭৩১।

\text{১০}^{\text{৩৯৯}}+\text{৩১} টো ৪০০ টা অংক যুক্ত এটা অৰ্ধমৌলিক।

৪০০ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪০০ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪০০১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪০০১ ৰে হৰণ যায়।

৪০১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪০ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪০১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪০১ ৰে হৰণ যায়।

৪০২ ♦⩥⋙ ৮ টা শীৰ্ষবিন্দু আৰু ৯ ডাল ৰেখা (edge) যুক্ত লেখ মুঠতে ৪০২ টা আঁকিব পাৰি।

৪০৩ ♦⩥⋙ ৪০৩ = ১৩ × ৩১।

৪০৪ ♦⩥⋙ \text{১৯৯৯৮৯}^{\text{৪০৪}} টো ৪০৪ ৰে আৰম্ভ হয়।

৪০৫ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪০৫ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪০৫১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪০৫১ ৰে হৰণ যায়।

৪০৬ ♦⩥⋙ ৩×১৭ জোখৰ মজিয়া এখনত গোটেই টাইলছবোৰ যদি ৩×১ জোখৰ লগোৱা হয়, তেন্তে টাইলছসমূহ ৪০৬ ধৰণে লগাব পৰি।

৪০৭ ♦⩥⋙ \text{৪০৭}=\text{৪}^{\text{৩}}+\text{০}+\text{৭}^{\text{৩}}

৪০৮ ♦⩥⋙ ৫৭৭/৪০৮ ৰ পৰা √২ ৰ মান দশমিকৰ সোঁপিনৰ পাঁছটা স্থানলৈকে শুদ্ধকৈ পোৱা যায়৷ খ্ৰীঃপূঃ ২০০ বছৰৰ আগতে ভাৰতীয় গণিতজ্ঞই এইটো নিৰ্ণয় কৰিছিল৷ এতিয়া √২ ৰ মান দশমিকৰ সোঁপিনে কোটি কোটি স্থানলৈকে নিৰ্ণয় হৈছে৷

৪০৯ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪০৯ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪০৯১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪০৯১ ৰে হৰণ যায়।

৪১০ ♦⩥⋙ দুটা পৃথক মৌলিকৰ বৰ্গৰ যোগফল ৰূপে দুই ধৰণে প্ৰকাশ কৰিব পৰা ই হ’ল আটাইতকৈ সৰু সংখ্যা। \text{৪১০}=\text{৭}^{\text{২}}+\text{১৯}^{\text{২}}=\text{১১}^{\text{২}}+\text{১৭}^{\text{২}}

৪১১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪১১ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪১১১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪১১১ ৰে হৰণ যায়।

৪১২ ♦⩥⋙
(\text{১}+i^{\text{০}})(\text{১}+i^{\text{২০৪}})+(\text{১}+i^{\text{১}})(\text{১}+i^{\text{২০৩}})+(\text{১}+i^{\text{২}})(\text{১}+i^{\text{২০২}})+\dots+(\text{১}+i^{\text{২০৪}})(\text{১}+i^{\text{০}})=\text{৪১২}

৪১৩ ♦⩥⋙ {(\text{৪১৩}-\text{৪})}^{\text{৪}}+{(\text{৪১৩}-\text{১})}^{\text{১}}+{(\text{৪১৩}-\text{৩})}^{\text{৩}} টো মৌলিক।

৪১৪ ♦⩥⋙ \text{৪১৪}\times\text{৩}^{\text{৪১৪}}+\text{১} টো এটা মৌলিক।

\text{৪১৪}^{\text{৪}},\text{৪১৪}^{\text{৫}},\text{৪১৪}^{\text{৬}} আৰু \text{৪১৪}^{\text{৭}} ৰ অংকবোৰৰ যোগফল সমান।

৪১৫ ♦⩥⋙ \text{৪১৫}=\frac{\text{৪}^{\text{৫}}+\text{১}^{\text{৫}}+\text{৫}^{\text{৫}}}{\text{৪+১+৫}}

৪১৬ ♦⩥⋙ \text{৪১৬৭৬৮}=\text{৭৬৮}^{\text{২}}-\text{৪১৬}^{\text{২}}

৪১৭ ♦⩥⋙ \text{৪১৭}^{\text{২}}+\text{২} এটা মৌলিক।

৪১৮ ♦⩥⋙ ৪১৮ = (৪+১+৮)(৪×১×৮) + ২। এইটো বৈশিষ্টৰ পৰৱৰ্তী সংখ্যাটো হ’ল ৩৫৭২।

৪১৯ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু সংখ্যা যাক ২, ৩, ৪, ৫, ৬ আৰু ৭ ৰে হৰণ কৰিলে ক্ৰমে ১, ২, ৩, ৪, ৫, আৰু ৬ বাকী ৰয়।

৪২০ ♦⩥⋙ ১ৰ পৰা ৭লৈ আটাইকেইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা।
কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪২০ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪২০১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪২০১ ৰে হৰণ যায়।
৪২০ = ১!! + ২!! + ৩!! + ৪!! + ৫!! + ৬!! + ৭!! + ৮!! – ৮!!! – ৭!!! – ৬!!! – ৫!!! – ৪!!! – ৩!!! – ২!!! – ১!!!।

৪২১ ♦⩥⋙ প্ৰথম ৪২১ টা যুগ্ম স্বাভাৱিক সংখ্যাৰ পূৰণফলৰ পৰা ১ বিয়োগ কৰিলে এটা মৌলিক সংখ্যা পোৱা যায়। অৰ্থাৎ \text{২}^{\text{৪২১}}\times\text{৪২১}!-\text{১} টো মৌলিক।

৪২২ ♦⩥⋙ \text{৪২২}=\text{১}^{\text{৩}}+\text{২}^{\text{৩}}+\text{৩}^{\text{৩}}+\text{৪}^{\text{৩}}+\text{৫}^{\text{৩}}+\text{৬}^{\text{৩}}

৪২৩ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪২৩ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪২৩১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪২৩১ ৰে হৰণ যায়।

৪২৪ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪২৪ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪২৪১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪২৪১ ৰে হৰণ যায়।

৪২৫ ♦⩥⋙ \text{৪২৫}={(\text{৪}+{(\text{২}^{\text{২}})}^{\text{২}})}^{\text{২}}+\text{৫}^{\text{২}}

৪২৬ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪২৬ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪২৬১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪২৬১ ৰে হৰণ যায়।

৪২৭ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪২৭ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪২৭১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪২৭১ ৰে হৰণ যায়।

৪২৮ ♦⩥⋙ \text{৪২৮}^{\text{৩২}}+\text{১} এটা মৌলিক।

৪২৯ ♦⩥⋙ ই \text{১০০}^{\text{৩}}-\text{১} ক হৰণ যায়।

৪৩০ ♦⩥⋙ ৩০০০ তকৈ সৰু মৌলিক ৪৩০ টা।

৪৩১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৩ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৩১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৩১ ৰে হৰণ যায়।

৪৩২ ♦⩥⋙ ৪৩২ ± ১ দুটা যমজ মৌলিক।

৪৩৩ ♦⩥⋙ \text{৪৩৩}^{\text{৪}}=\text{৩৫১৫২১২৫১২১} আৰু ৩৫ + ১৫২ + ১২৫ + ১২১ = ৪৩৩।

৪৩৪ ♦⩥⋙ ১৯৯৯৮৯৯, ১৯৯৯৯০০, ১৯৯৯৯০১ – ইহঁত আটাইকেইটাৰে ৪৩৪তম ঘাতটো ৪৩৪ ৰে আৰম্ভ হয়।

৪৩৫ ♦⩥⋙ sin(\text{৪৩৫}^\circ)=\frac{\sqrt{\text{২}+\sqrt{\text{৩}}}}{\text{২}}=\frac{\text{১}+\sqrt{\text{৩}}}{\text{২}\sqrt{\text{২}}}

৪৩৬ ♦⩥⋙ ২৯ ডাল ৰেখাই এখন সমতলক সৰ্বোচ্চ ৪৩৬ ভাগত ভগাব পাৰে।

৪৩৭ ♦⩥⋙ ১৮! ≡ -১ (mod ৪৩৭)।

৪৩৮ ♦⩥⋙ ই হ’ল প্ৰথম ষোল্লটা অযুগ্ম মৌলিক সংখ্যাৰ যোগফল।

৪৩৯ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৩৯ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৩৯১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৩৯১ ৰে হৰণ যায়।

৪৪০ ♦⩥⋙ প্ৰথম ১৭ টা মৌলিকৰ যোগফল।
৪৪০ = ৬! – ৭!! – ৮!!! – ৯!!!! – ১০!!!!!।

৪৪১ ♦⩥⋙ \text{৪৪১}={(\text{৪}+\text{৪}^{\text{২}}+\text{১})}^{\text{২}}
ছটা ক্ৰমিক ঘণকৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু বৰ্গটো।

৪৪২ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৪২ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৪২১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৪২১ ৰে হৰণ যায়।

৪৪৩ ♦⩥⋙ ই হ’ল ২৪তম ছ’ফি জেৰমেইন মৌলিক।

৪৪৪ ♦⩥⋙ \text{৪৪৪}^{\text{৪৪৪}}-\text{৪৪৪}!+\text{৪৪৪}\times\text{৪৪৪}-\frac{\text{৪৪৪}}{\text{৪৪৪}} টো ১১৭৬ টা অংক যুক্ত মৌলিক সংখ্যা৷

\text{৪৪৪}^{\text{৪}}+\text{৪৪৪}^{\text{৪}}+\text{৪৪৪}^{\text{৪}}-\text{১} আৰু \text{৪৪৪}^{\text{৪৪৪}}+\text{৫} ও মৌলিক৷

৪৪৫ ♦⩥⋙ \text{৪৪৫}=\text{৪}+{(\text{৪}^{\text{২}}+\text{৫})}^{\text{২}}

৪৪৬ ♦⩥⋙ ৪৪৬!/৯ + ১ এটা মৌলিক।

৪৪৭ ♦⩥⋙ {\text{৪৪৭}^{\text{৪৪৭}}}^{\text{৪৪৭}}(\mod\text{২৫})=\text{২৩}

৪৪৮ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৪৮ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৪৮১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৪৮১ ৰে হৰণ যায়।

৪৪৯ ♦⩥⋙ আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ প্ৰতিটো অংক পূৰ্ণবৰ্গ।
আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ প্ৰতিটো অংক অৰ্ধমৌলিক।

৪৫০ ♦⩥⋙ ৪৫০ = (৫ + ৪) (৫ + ৫) (৫ + ০)।

৪৫১ ♦⩥⋙ \text{১০}^{\text{৪৫১}}+\text{৪৫১} টো মৌলিক৷

৪৫২ ♦⩥⋙ \text{২}^{\text{৪৫২}}-\text{৩} এটা মৌলিক।

৪৫৩ ♦⩥⋙ ৪৫৩ = ১!! + ২!! + ৩!! + ৫!! + ৬!! + ৮!!।

৪৫৪ ♦⩥⋙ ৮ টাতকৈ কম ঘণকৰ যোগফল ৰূপে ইয়াক প্ৰকাশ কৰিব নোৱাৰি।
১৯৯৯৮৯৯, ১৯৯৯৯০০, ১৯৯৯৯০১ – ইহঁত আটাইকেইটাৰে ৪৫৪তম ঘাতটো ৪৫৪ ৰে আৰম্ভ হয়।

৪৫৫ ♦⩥⋙ ১৩ ৰ বিভাজনসমূহ (partition) লিখোঁতে মুঠতে ৪৫৫ টা যোগ চিন ব্যৱহাৰ হয়।

৪৫৬ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৫৬ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৫৬১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৫৬১ ৰে হৰণ যায়।

৪৫৭ ♦⩥⋙ x^{\text{২}}\equiv\text{২}(\mod\text{৪৫৭}^{\text{২}}) ৰ সামাধানসমূহৰ দুটা সামাধান ৮০৯৬৯, ১২৭৮৮০।

৪৫৮ ♦⩥⋙ \text{৩}\times\text{২}^{\text{৪৫৮}}-\text{১} এটা মৌলিক।

৪৫৯ ♦⩥⋙ (১!+২!+৩!+৪!+ … +৪৫৯!) – ২ টো মৌলিক সংখ্যা৷

৪৬০ ♦⩥⋙ ২৩-ভুজীয় প্ৰিজম এটাৰ মুঠ কৰ্ণ = ২৩ (২৩-৩) = ৪৬০ ডাল।

৪৬১ ♦⩥⋙ ই হ’ল তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা p, যাৰ বাবে \text{২}^p-p^{\text{২}} ও এটা মৌলিক৷

৪৬২ ♦⩥⋙ \text{৪৬২}^{\text{৪৬২}}+\text{৪৬২}+\text{১} টো মৌলিক৷

৪৬৩ ♦⩥⋙ ইয়াক আৰু ইয়াৰ পৰৱৰ্তী ৬ টা মৌলিকক ৪ ৰে হৰণ কৰিলে ৩ বাকী ৰয়। এইটো বৈশিষ্টৰ ইয়েই আটাইতকৈ সৰু মৌলিক সংখ্যা।

৪৬৪ ♦⩥⋙ বাৰটা গোলকেৰে মহাকাশক সৰ্বোচ্চ ৪৬৪ টা ভাগত ভাগ কৰিব পাৰি।

৪৬৫ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৬৫ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৬৫১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৬৫১ ৰে হৰণ যায়।

৪৬৬ ♦⩥⋙ ৩০ ডাল ৰেখাই এখন সমতলক সৰ্বোচ্চ ৪৬৬ টা ভাগত ভগাব পাৰে।

৪৬৭ ♦⩥⋙ ৪৬৫ তকৈ ডাঙৰ সকলো স্বাভাৱিক সংখ্যা n ৰ বাবে ১! + ২! + ৩! + … + n! ক ৪৬৭ ৰে হৰণ কৰিলে ২ বাকী ৰয়।

৪৬৮ ♦⩥⋙ ১×১! + ২×২! + ৩×৩! + … + ৪৬৮×৪৬৮! টো মৌলিক।

৪৬৯ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৬৯ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৬৯১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৬৯১ ৰে হৰণ যায়।

৪৭০ ♦⩥⋙ \text{৪৭০}^{\text{১৬}}+\text{১} এটা মৌলিক।

৪৭১ ♦⩥⋙ \text{৩}\times\text{৪৭১}^{\text{৩}} ত তিনিটা ৩ একেলগে থাকে। \text{৩}\times\text{৪৭১}^{\text{৩}}=\text{৩১৩৪৬১৩৩৩}। ৪৭১ টো হ’ল এইটো বৈশিষ্টৰ তৃতীয়টো সংখ্যা। ৫ ৰ বাবে ৪৬০২ টো প্ৰথমটো সংখ্যা। \text{৫}\times\text{৪৬০২}^{\text{৫}}=\text{১০৩২০৫৫৫৫৫৫৬৬৫৮৪০১৬০}

৪৭২ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৭২ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৭২১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৭২১ ৰে হৰণ যায়।

৪৭৩ ♦⩥⋙ \text{৪৭৩}=\text{২}^{\text{৪}}+\text{২}^{\text{৭}}+\text{২}^{\text{৩}}+\text{৩২১}

৪৭৪ ♦⩥⋙ \text{৪৭৪}^{\text{১৬}}+\text{১} এটা মৌলিক।

৪৭৫ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৭৫ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৭৫১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৭৫১ ৰে হৰণ যায়।

৪৭৬ ♦⩥⋙ ৪৭৬ = ২৯৪ + ১৮২, আৰু ৪৭৬/২৯৪ ≈ ২৯৪/১৮২।

৪৭৭ ♦⩥⋙ \text{৪৭৭}^{\text{২}}+\text{২} এটা মৌলিক।

৪৭৮ ♦⩥⋙ \text{৩}^{\text{১০০০}} ত ৪৭৮ টা অংক আছে।

৪৭৯ ♦⩥⋙ {০, ১, ২, …, ১৪, ১৬, …, ৩১, ৩৩, …, ৪৭} ইয়াত থকা প্ৰতিটো সংখ্যাৰ বাবে n^{\text{২}}-\text{৪৭}n+\text{৪৭৯} ৰ পৰম মানটো মৌলিক।

৪৮০ ♦⩥⋙ ৫ তকৈ ডাঙৰ যিকোনো মৌলিক p ৰ বাবে p^{\text{৮}}-\text{১} ক ৪৮০ ৰে হৰণ যায়৷
দুটা বৰ্গৰ বিয়োগফল ৰূপে আঠ ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো।

৪৮১ ♦⩥⋙ \text{৪৮১}^{\text{২}}-\text{৪৮০}^{\text{২}}=\text{৩১}^{\text{২}}। অৰ্থাৎ \text{৪৮১}^{\text{২}} ৰ পৰা তাৰ কাষতে থকা সৰু বৰ্গটো বিয়োগ কৰিলে এটা বৰ্গ পোৱা যায়; ৪৮১ টো হ’ল এইটো বৈশিষ্ট মানি চলা ১৬তম সংখ্যা৷

৪৮২ ♦⩥⋙ (\text{১}^{\text{১}}+\text{২}^{\text{২}}+\text{৩}^{\text{৩}}+\dots+\text{৪৮২}^{\text{৪৮২}})(\mod\text{৪৮২})=\text{১৮১}

৪৮৩ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৮৩ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৮৩১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৮৩১ ৰে হৰণ যায়।

৪৮৪ ♦⩥⋙ \frac{\text{৬৮}\times\text{১০}^{\text{৪৮৪}}+\text{৭}}{\text{৩}} টো মৌলিক।

৪৮৫ ♦⩥⋙ প্ৰথম ১৫ টা অযুগ্ম মৌলিকৰ ২৮১তম ঘাত লৈ যোগ কৰিলে ৪৮৫ টা অংক যুক্ত এটা মৌলিক পোৱা যায়।

৪৮৬ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৮৬ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৮৬১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৮৬১ ৰে হৰণ যায়।

৪৮৭ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৮৭ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৮৭১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৮৭১ ৰে হৰণ যায়।

৪৮৮ ♦⩥⋙ \text{৪৮৮}=\text{২}^{\text{২}}+\text{২২}^{\text{২}}

৪৮৯ ♦⩥⋙ ৪৮৯ ৰ বিভাজন (partition) ১২৪৬৭৭৮৭১৬০০১২৭২৯১৯৬৬৫ টা।

\text{৪৮৯}=\frac{\text{১}^{\text{৬}}+\text{২}^{\text{৬}}+\text{৩}^{\text{৬}}+\text{৪}^{\text{৬}}}{\text{১+২+৩+৪}}

৪৯০ ♦⩥⋙ ১৯ ক ৪৯০ টা পৃথক ধৰণে ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পাৰি।

৪৯১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৯ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৯১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৯১ ৰে হৰণ যায়।

৪৯২ ♦⩥⋙ (৪৯২, ১৬৪৫, ১৭১৭) পাইথাগোৰীয় ত্ৰয়ী।

৪৯৩ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৪৯৩ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৪৯৩১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৪৯৩১ ৰে হৰণ যায়।

৪৯৪ ♦⩥⋙ প্ৰথম ৪৯৪ টা যৌগিক সংখ্যাৰ পূৰণফলৰ পৰা ১ বিয়োগ কৰিলে এটা মৌলিক সংখ্যা পোৱা যায়৷

৪৯৫ ♦⩥⋙ ই হ’ল তিনি অংকৰ কাপ্ৰেকাৰ ধ্ৰুৱকটো (Kaprekar constant)৷

৪৯৬ ♦⩥⋙ পৃথক পৃথক অংকৰে গঠিত আটাইতকৈ ডাঙৰ নিখুঁত সংখ্যাটো৷

৪৯৭ ♦⩥⋙ ৩১ ডাল ৰেখাই এখন সমতলক সৰ্বোচ্চ ৪৯৭ টা ভাগত ভগাব পাৰে।

৪৯৮ ♦⩥⋙ ১/৪৯৮ = ০.০০২০০৮০৩২১২৮৫১৪০৫৬২২৪৮৯৯…..।
ইয়াত দশমিকৰ সোঁপিনে ০০২ অংক তিনিটা ক্ৰমে ক্ৰমে চাৰি গুণ হৈ হৈ এটা আৰ্হিত গৈ থাকে। কাৰণ,

\frac{\text{১}}{\text{৪৯৮}}=\frac{\text{২}}{\text{১০০০}-\text{৪}}=\frac{\text{২}}{\text{১০০০}}\times\frac{\text{১}}{\text{১}-\frac{\text{৪}}{\text{১০০০}}}

=\frac{\text{২}}{\text{১০০০}}\times\{\text{১}+\frac{\text{৪}}{\text{১০০০}}+{(\frac{\text{৪}}{\text{১০০০}})}^{\text{২}}+{(\frac{\text{৪}}{\text{১০০০}})}^\text{৩}\dots\}

৪৯৯ ♦⩥⋙ \text{৪৯৯}^{\text{৪৯৯}} ৰ শেষৰ অংক ছটা হ’ল ৪৯৯৪৯৯৷

৫০০ ♦⩥⋙ ২০০০০ আৰু ২৫০০০ ৰ মাজত মুঠতে ৫০০ টা মৌলিক সংখ্যা আছে৷
৫০০ টা অংক যুক্ত আটাইতকৈ সৰু মৌলিকটো হ’ল \text{১০}^{\text{৪৯৯}}+\text{১৫৩}

~*~

৫০১ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৫০১ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৫০১১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৫০১১ ৰে হৰণ যায়।

৫০২ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৫০২ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৫০২১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৫০২১ ৰে হৰণ যায়।

৫০৫ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৫০৫ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৫০৫১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৫০৫১ ৰে হৰণ যায়।

৫০৬ ♦⩥⋙ প্ৰথম এঘাৰটা বৰ্গৰ যোগফল।

৫০৮ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৫০৮ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৫০৮১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৫০৮১ ৰে হৰণ যায়।

৫১০ ♦⩥⋙ কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক ৫১০ ৰে পূৰণ কৰি সংখ্যাটোৰ বাকী অংশৰ পৰা বিয়োগ কৰিলে যদি ৫১০১ ৰে হৰণ যায়, তেন্তে সংখ্যাটোকো ৫১০১ ৰে হৰণ যায়।

৫১২ ♦⩥⋙ \text{৫১২}={(\text{৫}+\text{১}+\text{২})}^{\text{৩}}

৫১৪ ♦⩥⋙ \text{৫১৪}\times\text{৯০}^{\text{৫১৪}}+\text{১} টো মৌলিক।

৫১৭ ♦⩥⋙ \text{৫১৭}=\text{৫}+{(\text{১}+\text{৭})}^{\text{৩}}

৫১৮ ♦⩥⋙ \text{৫১৮}=\text{৫}+\text{১}+\text{৮}^{\text{৩}}

৬৮০ ♦⩥⋙ আটাইতকৈ সৰু চতুস্ফলকীয় সংখ্যা যাক নেকি দুটা চতুস্ফলকীয় সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পাৰি।
[৬৮০ = ১২০ + ৫৬০, ৬৮০ = (১৫×১৬×১৭)/৬, ১২০ = (৮×৯×১০)/৬, ৫৬০ = (১৪×১৫×১৬)/৬।]

৭২১ ♦⩥⋙ দুটা ঘণ সংখ্যাৰ বিয়োগফল ৰূপে দুই ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা।

১৭২৯ ♦⩥⋙ দুটা ঘণ সংখ্যাৰ যোগফল ৰূপে দুই ধৰণে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা। \text{১৭২৯}={\text{১}}^{\text{৩}}+{\text{১২}}^{\text{৩}}={\text{৯}}^{\text{৩}}+{\text{১০}}^{\text{৩}} । ইয়াক ৰামানুজন সংখ্যা বুলি কোৱা হয়।

১২৭৫৮ ♦⩥⋙ পৃথক পৃথক ঘণ সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব নোৱৰা আটাইতকৈ ডাঙৰ সংখ্যা।

১৯৬০৯ ♦⩥⋙ ই হ’ল আটাইতকৈ সৰু মৌলিক সংখ্যা যাৰ লগত পৰৱৰ্তী মৌলিক সংখ্যাটোৰ পাৰ্থক্য ৫০তকৈ অধিক।

১০২৩৪৫৬৭৮৯ ♦⩥⋙ আটাইকেইটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা।

৯৮১৪০৭২৩৫৬ ♦⩥⋙ আটাইকেইটা অংকৰ প্ৰতিটোকে এবাৰকৈ লৈ গঠিত আটাইতকৈ ডাঙৰ পূৰ্ণবৰ্গ সংখ্যা।

♦⩥⋙ ৯৯৯৯৯৯৯৯৯ + ৮৮৮৮৮৮৮৮ + ৭৭৭৭৭৭৭ + ৬৬৬৬৬৬ + ৫৫৫৫৫ + ৪৪৪৪ + ৩৩৩ + ২২ – ১ এইটো এটা মৌলিক সংখ্যা৷

♦⩥⋙ ১,০০০,০০০,০০০,০০০ তম মৌলিকটো ২৯,৯৯৬,২২৪,২৭৫,৮৩৩।

♦⩥⋙ আটাইতকৈ সৰু টাইটেনিক মৌলিক (titanic prime) দুটা ক্ৰমে \text{১০}^{\text{৯৯৯}}+\text{৭} আৰু \text{১০}^{\text{৯৯৯}}+\text{৬৬৩}। যিবোৰ মৌলিকত কমেও ১০০০ টা অংক থাকে সেইবোৰক টাইটেনিক মৌলিক বোলে।

♦⩥⋙ আটাইতকৈ সৰু টাইটেনিক যমজ মৌলিক দুটা হ’ল \text{১০}^{\text{৯৯৯}}+\text{১৯৭৫০৮১} আৰু \text{১০}^{\text{৯৯৯}}+\text{১৯৭৫০৮৩}

♦⩥⋙ \text{৫৯}^{\text{৪}}+\text{১৫৮}^{\text{৪}}=\text{১৩৩}^{\text{৪}}+\text{১৩৪}^{\text{৪}}

No Comments

Post A Comment