“গণিতজ্ঞসকলে তেওঁলোকৰ বিষয়টোক বিজ্ঞানৰ বিপৰীতে এক সৃষ্টিশীল কলা বুলিহে ভাবে। গণিত সেয়ে বিজ্ঞানৰ ৰাণী আৰু হাতধৰি লিগিৰী- দুয়োটাই।” (চি. ডি. ওলডচ্, ই. টি. বেল্) উপৰ্যুক্ত সৃষ্টিশীল কলাৰ দৃষ্টিৰেই অবিৰত ভগ্নাংশৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ এই প্ৰবন্ধটিত। সোতৰ আৰু ওঠৰ শতিকাৰ বহুতো বিখ্যাত গণিতজ্ঞ অবিৰত ভগ্নাংশৰ সৈতে জড়িত...

  ১৯৬০ চনত ৰশ্মি জীৱবিজ্ঞানী (radiation biologist) টিক্‌ভা এল্‌পাৰ (Tikvah Alper)  আৰু গণিতজ্ঞ জন ষ্টেন্‌লি গ্ৰিফিথে ট্ৰেন্‌মিচিবোল্‌ স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Transmissible Spongiform Encephalopathie) নামৰ এক ৰোগ সম্পৰ্কে এই ধাৰণা আগবঢ়াইছিল যে এই ৰোগ কেৱল প্ৰ’টিন বা শ্বেতসাৰেৰে গঠিত এক অণুজীৱই সৃষ্টি কৰে | তেওঁলোকৰ এই ধাৰণাৰ কাৰণ...

সমাপ্ত দশমিক বা (অসমাপ্ত) পৌনঃপুনিক দশমিক হিচাপে প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰেই হ’ল অপৰিমেয় সংখ্যা। তেনেধৰণৰ অতি চিনাকি অপৰিমেয় সংখ্যা এটা হ’ল $$pi$$ (পাই) যাৰ মোটামুটি মান ৩.১৪১৬...

আমাৰ দেশত সৰহভাগ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজতে এটা ধাৰণা প্ৰচলিত আছে যে জীৱবিজ্ঞান অধ্যয়নৰ বাবে গণিতৰ জ্ঞান অপৰিহাৰ্য্য নহয় | গতিকে গণিত বিষয়ত ভাল ফল দেখুৱাব নোৱাৰা ছাত্ৰ-ছাত্ৰীক সাধাৰণতে জীৱবিজ্ঞানৰ যিকোনো শাখাত অধ্যয়ন আৰু উচ্চ শিক্ষা গ্ৰহণৰ পৰামৰ্শ দিয়া হয় | কিন্তু এই ধাৰণাৰ বিপৰীতে...

  শ্ৰীনিবাস ৰামানুজন আছিল ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ | মাদ্ৰাজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ নিলগত থকা ইৰোড নামৰ এখন সৰু গাৱঁত ৰামানুজনৰ জন্ম হৈছিল | তেওঁৰ বয়স এবছৰ হওঁতে মাকে তেওঁক কুম্বকুনাম নামৰ এখন সৰু চহৰলৈ লৈ যায়, য’ত তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত এজন কেৰাণী...

  ১৫৭১ চনৰ ২৭ ডিচেম্বৰত জাৰ্মানীৰ ৱেইল দাৰ ষ্টেট নামৰ এখন ঠা‍ইত কেপলাৰৰ জন্ম হয় | তেওঁৰ দেউতাকৰ নাম আছিল হেন্ৰিক কেপলাৰ | সৰুতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে তেওঁৰ গোটেই গাতে অসংখ্য দাগ থাকি যায় আৰু এটা চকুৰো দৃষ্টিশক্তি হেৰুৱায় | ১৫৭৬ চনত তেওঁলোকৰ...

  সম্ভৱতঃ চিচিলি দ্বীপৰ চাইৰাকুজ নামৰ এখন গ্ৰীক কলনিত আৰ্কিমিডিছৰ জন্ম হৈছিল| তেওঁ ফিডিয়াছ নামৰ এজন জ্যোতিৰ্বিদৰ পুত্ৰ আছিল আৰু হয়তো চাইৰাকুজৰ ৰজা হিয়েৰণৰ আত্মীয় আছিল| আৰ্কিমিডিছে আলেক্‌জেন্দ্ৰিয়াত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ নিজা চহৰতে পিচলৈ বসবাস কৰিছিল| সেই সময়ত গ্ৰীচত গণিতক এটা সুকুমাৰ কলাৰ বিষয়...

  নেচাৰ্কাচৰ পুত্ৰ পাইথাগোৰাচৰ জন্ম হৈছিল চাম’চ দ্বীপত| ৫৩৮ খৃষ্টাব্দত শাসনভাৰ লোৱা প’লিক্ৰেট্‌চৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দক্ষিণ ইটালীলৈ পলায়ন কৰে| সেইসময়তে তেওঁ ইজিপ্ত আৰু বেবিলনলৈও গেছিল বুলি জনা যায়| দক্ষিণ ইটালীৰ ক্ৰটন নামৰ ঠাইত তেওঁ আৰু তেওঁৰ অনুগামীসকল অতিশয় প্ৰভাৱশালী হৈ উঠিছিল আৰু পাইথাগোৰাছে...