ইউক্লিড আছিল জ্যামিতিৰ পিতৃপুৰুষ। প্ৰাচীন গ্ৰীচৰ এই প্ৰখ্যাত গণিতজ্ঞগৰাকীয়ে জন্ম গ্ৰহণ কৰিছিল খ্ৰী.পূ. ৩৩০ ত (আনুমানিক)। আলেকজেণ্ড্ৰিয়াত ৰজা ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত (খ্ৰী.পূ. ৩২৩-২৮৫/২৮৩) ইউক্লিডে এখন বিশ্ববিদ্যালয় স্থাপন কৰি তাত শিক্ষকতা কৰিছিল। ইয়াৰ বাহিৰে তেওঁৰ জীৱন সম্পৰ্কে বিশেষ তথ্য পোৱা নাযায়। ইউক্লিডৰ কৰ্মৰাজীয়ে অংকশাস্ত্ৰত এক নতুন ধাৰাৰ...

  গণিতৰ বিশাল জগতখনত এনে বিদগ্ধ পাণ্ডিত্যৰ গৰাকীৰ বহুতো উদাহৰণ আছে, যাৰ অৱদান অসীম যদিও তেওঁলোক যেন বৰ্তমান সময়ৰ অগ্ৰগতিৰ লগে লগে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিছু সংখ্যক ব্যক্তিৰ মাজত তেওঁলোক এতিয়াও সমাদৃত বা প্ৰেৰণাৰ উৎস যদিও তেনে গুণগ্ৰাহীৰ সংখ্যা অতি বিৰল। তেনে এজন গণিতজ্ঞই হ’ল...

  B-1 মনস্তত্বত এটা প্ৰপঞ্চ : ১৯১৩ চনৰ আগষ্ট মাহৰ কথা। এখন কলেজত এটা আড্ডা বহিছে কেইজনমান অধ্যাপকৰ।লগত আছে কেইজনমান ছাত্ৰও। বিষয়বস্তু হৈছে এজন প্ৰতিভাধৰ। প্ৰতিভাধৰৰ প্ৰতিভা ৰৈ-বৈ গৈছে সেইসময়ৰ শিক্ষিতচামৰ মাজত। এয়া এজন গণিতৰ ছাত্ৰ কথা। ছাত্ৰজনৰ গণিতৰ চিন্তা-চৰ্চা বা তেওঁৰ চিন্তা-চৰ্চাৰ ধৰণ-প্ৰক্ৰিয়াই জনমানসত এক আমোদ...

গাউচ (Gauss) আছিল গণিতৰ সকলো শাখাতে অৰিহণা যোগোৱা গণিতজ্ঞ। গাউচৰ পিছত প্ৰায়োগিক আৰু বিশুদ্ধ গণিতৰ (Applied আৰু pure mathematics) প্ৰায় সকলো শাখাতে দখল আৰু অৰিহণা থকা গণিতজ্ঞ হ’ল ১৮৫৪ চনৰ ২৯ এপ্ৰিলত ফ্ৰান্সত জন্ম গ্ৰহণ কৰা ‘হেনৰি পইনকেয়াৰ’। হেনৰি পইনকেয়াৰেই বোধকৰো এনেধৰণৰ শেষ গণিতজ্ঞ। গণিতজ্ঞ...

  সাম্ৰাজ্যবাদী ব্ৰিটিছ সকলে অসম অধিকাৰ কৰাৰে পৰা অসমত শিক্ষাৰ এক নতুন ঢৌ প্ৰবাহিত হৈছিল। অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটীত বিদ্যালয় স্থাপনৰ লগতে অসমীয়াৰ বাবে বিলাতলৈ উচ্চ-শিক্ষা গ্ৰহণৰ বাট মুকলি হৈছিল। সেই সময়ত বিলাতলৈ গৈ শিক্ষা গ্ৰহণ কৰাটো এক শ্ৰেণী মানুহৰ বাবে সন্মানৰ কথা আছিল যদিও আন...

  ‘It is the man not the method that solves the problem.’ – H. Haschke. গণিতৰ ইতিহাস অনুধাৱন কৰিলে দেখা যায় যে বহু তীক্ষ্ণধী গণিতজ্ঞৰ জীৱন-কাল স্বল্প। নিলছ হেনৰিক আবেলৰ কথাই চোৱা যাওক। তেওঁ আয়ুস পাইছিল মাত্ৰ সাতাইছ বছৰ(১৮০২-১৮২৯ খ্ৰীষ্টাব্দ)। এই ক্ষন্তেকীয়া জীৱন-কালৰ ভিতৰতে তেওঁ গণিতৰ এনে...

  শ্ৰীনিবাস ৰামানুজন আছিল ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ | মাদ্ৰাজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ নিলগত থকা ইৰোড নামৰ এখন সৰু গাৱঁত ৰামানুজনৰ জন্ম হৈছিল | তেওঁৰ বয়স এবছৰ হওঁতে মাকে তেওঁক কুম্বকুনাম নামৰ এখন সৰু চহৰলৈ লৈ যায়, য’ত তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত এজন কেৰাণী...

  ১৫৭১ চনৰ ২৭ ডিচেম্বৰত জাৰ্মানীৰ ৱেইল দাৰ ষ্টেট নামৰ এখন ঠা‍ইত কেপলাৰৰ জন্ম হয় | তেওঁৰ দেউতাকৰ নাম আছিল হেন্ৰিক কেপলাৰ | সৰুতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে তেওঁৰ গোটেই গাতে অসংখ্য দাগ থাকি যায় আৰু এটা চকুৰো দৃষ্টিশক্তি হেৰুৱায় | ১৫৭৬ চনত তেওঁলোকৰ...