এখন মহাবিদ্যালয়ৰ ফুটবল, ভলীবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা ছাত্ৰ-ছাত্ৰীসকলক তলৰ ভেনচিত্ৰটোত ক্ৰমে ত্ৰিভূজ, বৰ্গ, বৃত্ত আৰু আয়তৰ সহায়ত বুজোৱা হৈছে।এই ভেনচিত্ৰটোৰ ভিত্তিত তলৰ প্ৰশ্ন সাতটাৰ উত্তৰ উলিয়াওক।   ১) বেডমিন্টন খেলা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? A) ৭৭  B) ৩৩১  C) ৩৪১  D) ৩৫৯   ২) ফুটবল, ক্ৰিকেট আৰু বেডমিন্টন খেলা,...

এটা পূৰ্ণ সংখ্যা আৰু এটা স্বাভাৱিক সংখ্যাৰ হৰণফল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে আৰু এইদৰে যিবোৰ সংখ্যাক প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বোলে। পৰিমেয় সহগ বিশিষ্ট কোনো বিজগণিতীয় সমীকৰণৰ মূল হিচাপে প্ৰকাশ কৰিব পৰা সংখ্যাবোৰ হ’ল বীজীয় সংখ্যা আৰু যিবোৰ সংখ্যা...