শিল্পী: সুমন্ত বৰুৱা সুমন্ত বৰুৱাৰ কাৰ্টুন “বিজ্ঞান জেউতি”ত প্ৰায় সাত বছৰ নিয়মীয়াকৈ প্ৰকাশ হৈছিল আৰু বৰ্তমান তেওঁৰ কাৰ্টুন “সাতসৰী”ত নিয়মীয়াকৈ প্ৰকাশ হৈ আছে। তাৰোপৰি “দৃষ্টি”, “প্ৰান্তিক”, “Journal of Assam Science Society”, “Science Reporter”, “Resonance” আদিত তেওঁৰ কাৰ্টুন প্ৰকাশ হৈছে। প্ৰধানকৈ বিজ্ঞানৰ কাৰ্টুনেৰে জনপ্ৰিয়তা আৰু সন্মান আৰ্জন...