28 Nov শ্ৰেণী এটাৰ পৰৱৰ্তী পদটো
“ANY number can be the next term in the usually given set of terms.
[…]
Theoretically there are many possibilities. So some understanding is essentially either implied or needed in connection with the question:
What is the Next Term?”
– Prof. R. C. Gupta.
তলৰ শ্ৰেণীবোৰৰ পৰৱৰ্তী পদটো নিৰ্ণয় কৰক:-
১) ৫৫, ২৫, ১০, __
ক) ১
খ) ০
গ) ৫
ঘ) ১০
২) ৩৬, ২৮, ২৪, ২২, __
ক) ২০
খ) ২১
গ) ২২
ঘ) ২৪
৩) ৮, ১১, ১৫, ১৮, ২২, __
ক) ২৫
খ) ২৬
গ) ২৪
ঘ) ২২
৪) ৫৯৫৩৭৪৫০২৪, ৯৫৩৭৪৫০২৪, ৯৫৩৭৪৫০২, __
ক) ৯৫৩৭৪৫২
খ) ৯৩৭৪৫০২
গ) ৫৯৩৭৪৫০
ঘ) ৫৩৭৪৫০২
৫) ৯, ১১, ২৩, ১৩, ১৫, ২৩, ১৭, __
ক) ২১
খ) ২০
গ) ৩৩
ঘ) ১৯
৬) ৭, ১১, ১৭, ১১, ১২, ১৭, ১৫, __
ক) ১১
খ) ১৪
গ) ১৩
ঘ) ১২
৭) ১, ২, ৪, ১০, ১৬, ৪০, ৬৪, __
ক) ১০০
খ) ২০০
গ) ২৪৫
ঘ) ১২৩
৮) ৫, ৯, ১৬, ২৯, ৫৪, __
ক) ১২২
খ) ১০৩
গ) ১৩৩
ঘ) ১১১
৯) ৮, ২৪, ১২, ৩৬, ১৮, ৫৪, __
ক) ২২
খ) ২৬
গ) ২৪
ঘ) ২৩
১০)৮, ২৪, ১২, ৩৬, ১৮, ৫৪, __
ক) ২২
খ) ২৭
গ) ২৯
ঘ) ৩১
১১) ১, ৮, ৯, ৬৪, ২৫, __
ক) ২৩৪
খ) ২১৬
গ) ১২৫
ঘ) ২১৮
১২) ১, ৫, ১৩, ২৫, __
ক) ৩২
খ) ৪০
গ) ৪১
ঘ) ৩৭
১৩) ৬, ২৪, ৬০, ১২০, ২১০, __
ক) ২৪০
খ) ৩৩৬
গ) ৩২২
ঘ) ৩৩৪
১৪) ৩, ১০, ১০১, __
ক) ১০১০১
খ) ১০৩০১
গ) ১০২০১
ঘ) ১০২০২
১৫) ৯, ২৭, ৩১, ১৫৫, ১৬১, ১১২৭, __
ক) ২২২
খ) ১১২৮
গ) ১১৩৫
ঘ) ২২৪১
১৬) ৮৮, ৪৮, ২৪, __
ক) ১৪
খ) ৮
গ) ৪
ঘ) ১২
১৭) ২০, ১০০, ২০০, ৩২০, __
ক) ৪২০
খ) ৪০০
গ) ৪৬০
ঘ) ৫২০
১৮) ১, ৩, ১১, ২৯, __
ক) ৩১
খ) ৬১
গ) ৪১
ঘ) ৩৭
১৯) ১, ১, ২, ৬, __
ক) ৮
খ) ১২
গ) ২৪
ঘ) ১০
২০) ২, ৪, ৮, ৩২, __
ক) ৩৬
খ) ৬৪
গ) ২৫৬
ঘ) ৯৬
উত্তৰসমূহ:
১) খ
২) খ (৩৬-৮=২৮, ২৮-৪=২৪, ২৪-২=২২, ২২-১=২১)
৩) ক (৮+৩=১১, ১১+৪=১৫, ১৫+৩=১৮, ১৮+৪=২২, ২২+৩=২৫)
৪) ঘ
৫) ঘ (৯+২=১১, ১১+২=১৩, ১৩+২=১৫, ১৫+২=১৭, ১৭+২=১৯)
৬) গ (৭+৪=১১, ১১+৪=১৫; ১১+১=১২, ১২+১=১৩)
৭) খ
৮) খ (২.৫-১=৯, ২.৯-২=১৬, ২.১৬-৩=২৯, ২.২৯-৪=৫৪, ২.৫৪-৫=১০৩)
৯) খ (৮+৪=১২, ১২+৬=১৮, ১৮+৮=২৬)
১০) খ (৮/১২=২/৩, ১২/১৮=২/৩, ১৮/২৭=২/৩)
১১) খ (১², ২³, ৩², ৪³, ৫², ৬³=২১৬)
১২) গ (১+৪=৫, ৫+৮=১৩, ১৩+১২=২৫, ২৫+১৬=৪১)
১৩) খ (২×৩=৬, ৪×৬=২৪, ৬×১০=৬০, ৮×১৫=১২০, ১০×২১=২১০, ১২×২৮=৩৩৬)
১৪) ঘ
১৫) গ (x৩, +৪, x৫, +৬, x৭, …..)
১৬) খ (৮৮/২+৪=৪৮, ৪৮/২+০=২৪, ২৪/২-৪=৮)
১৭) গ (+৮০, +১০০, +১২০, +১৪০)
১৮) খ [+২, +৮, +১৮, +৩২, … অৰ্থাৎ, +(২x১2), +(২x২2), +(২x৩2), +(২x৪2),….]
১৯) গ (x১, x২, x৩, x৪)
২০) গ (পূৰ্বৱৰ্তী পদ দুটাৰ পূৰণফল)
Featured Image Source: Shutterstock
No Comments