01 Jul গেম থিয়ৰী সমন্ধীয় কিছু তথ্য
যোৱা ১২ জুন (২০২০) তাৰিখে গণিতচ’ৰা আৰু লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ে যুটীয়াভাবে এখনি ৱেবিনাৰ (Webinar) অনুষ্ঠিত কৰে। ৱেবিনাৰখনৰ বক্তা আছিল অধ্যাপক সুৰজিত বৰকটকী, আৰু তেওঁ গেম থিয়ৰী (খেল তত্ত্ব) সমন্ধীয় এটি বক্তৃতা আগবঢ়ায়। ৱেবিনাৰখনত বিভিন্ন প্ৰান্তৰ দুশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। আগ্ৰহীসকলে সুৰজিত বৰকটকীৰ বক্তৃতাটো ইয়াত চাব পাৰিব: https://gonitsora.com/game-theory-can-there-be-a-theory-to-play-a-game/ আৰু গণিতচ’ৰাৰ পৰৱৰ্তী ৱেবিনাৰসমূহৰ তথ্যও পে’জটোত লাভ কৰিব।
বক্তৃতাটোৰ অংশগ্ৰহণকাৰী হিচাপে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বিষয়টোৰ প্ৰতি ৰাপ বা আগ্ৰহ দেখা পাইছিলোঁ। লগতে তেওঁলোকে বিষয়টো অধিক জানিব বিচৰা যেন অনুভৱ হৈছিল! ৱেবিনাৰখনত ভাগ লোৱা কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে গেম থিয়ৰীৰ সমন্ধীয় কিতাপৰ বিষয়ে জানিব বিচাৰিছিল, লগতে দুই-এজনে গেম থিয়ৰী ক’ত কেনেকৈ পঢ়িব পাৰি আৰু ইয়াৰ Scope (সম্ভৱনা) আদি বিষয়ে প্ৰশ্ন কৰা দেখা গৈছিল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি হয়তো দুই-এটা প্ৰশ্নৰ উত্তৰ দিবলৈ ৰৈ গৈছিল। এই সৰু লেখাটোত গেম থিয়ৰী বিষয়ে আৰু কিছু সহজে জানিব পৰাকৈ কেইখনমান কিতাপৰ নাম আৰু ৱেবছাইটৰ বিষয়ে উল্লেখ কৰা হ’ল।
কিতাপ:
- Game Theory and Strategy — Philip D. Straffin.
- Game Theory: A Very Short Introduction — Ken Binmore.
- The Art of Strategy — Avinash Dixit.
- Game Theory: A Multi-Leveled Approach — Hans Peters.
- Game Theory — Michael Maschler, Eilon Solan and Shmuel Zamir.
- Game Theory and Mechanism Design — Y. Narahari.
- Theory of Games and Economic Behavior — John von Neumann and Oskar Morgenstern.
- An Introduction to Game Theory — Martin J. Osborne.
- Fair Division and Collective Welfare — Herve J. Moulin.
- Game Theory: Analysis of Conflict — Roger Myerson.
- Models in Cooperative Game Theory: Crisp, Fuzzy & Multi Choice Games — R. Branzei, D. Dimitrov, S. Tijs.
- Introduction to the Theory of Cooperative Games — B. Peleg and P. Sudholter.
গেম থিয়ৰী লগত জড়িত কেইটামান ৱেবছাইট:
- Game Theory Society (http://gametheorysociety.org/)
- Coalition Theory Network (http://www.coalitiontheory.net/)
- European Network for Game Theory (GAMENET) (https://gametheorynetwork.com/)
- GamesNet: Networks and Games (http://www.gamesnet.in/node/6)
গেম থিয়ৰী সমন্ধীয় লেখা প্ৰকাশ কৰা কেইখনমান জাৰ্নেলৰ নাম আৰু ৱেবছাইটৰ ঠিকনা:
- International Journal of Game Theory (https://www.springer.com/journal/182)
- Games and Economic Behavior (https://www.journals.elsevier.com/games-and-economic-behavior/)
- European Journal of Operation Research (https://www.journals.elsevier.com/european-journal-of-operational-research)
- Annals of Operation Research (https://www.springer.com/journal/10479)
- Mathematical Social Sciences (https://www.journals.elsevier.com/mathematical-social-sciences)
- Theoretical Economics (https://onlinelibrary.wiley.com/journal/15557561)
- Group Decision and Negotiation (https://www.springer.com/journal/10726)
- Social Choice and Welfare (https://www.springer.com/journal/355)
- Theory and Decision (https://www.springer.com/journal/11238)
- Dynamic Games and Applications (https://www.springer.com/journal/13235)
No Comments