গণিতৰ বিশাল জগতখনত এনে বিদগ্ধ পাণ্ডিত্যৰ গৰাকীৰ বহুতো উদাহৰণ আছে, যাৰ অৱদান অসীম যদিও তেওঁলোক যেন বৰ্তমান সময়ৰ অগ্ৰগতিৰ লগে লগে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিছু সংখ্যক ব্যক্তিৰ মাজত তেওঁলোক এতিয়াও সমাদৃত বা প্ৰেৰণাৰ উৎস যদিও তেনে গুণগ্ৰাহীৰ সংখ্যা অতি বিৰল। তেনে এজন গণিতজ্ঞই হ’ল...

  C-0 সূচনা গ্ৰন্থ : ৰামনুজনৰ গাণিতিক সাহসোদ্যমলৈ বুলি উদগোৱা কিতাপখন কোনো সু-বিখ্যাত বা প্ৰেৰণাদায়ক কিতাপ নাছিল। এইখন আছিল লণ্ডন আৰু কেম্ব্ৰিজৰ জৰ্জ-শ্বুব্ৰিজকাৰৰ ‘কোচ্চিং-নোটচ’ৰ এখন ‘বালিৰ দৰে শুকান’ সংস্কৰণ। শিৰোনাম আছিল ‘চিনোপচিচ্ অব্ এলিমেণ্টেৰী ৰিজাল্টচ ইন্ পিওৰ এণ্ড এপ্লাইড্-মেথেমেটিক্স’। এইখন আছিল দুটা খণ্ডৰ ক্ৰমে ১৮৮০ আৰু ১৮৮৬...

  B-1 মনস্তত্বত এটা প্ৰপঞ্চ : ১৯১৩ চনৰ আগষ্ট মাহৰ কথা। এখন কলেজত এটা আড্ডা বহিছে কেইজনমান অধ্যাপকৰ।লগত আছে কেইজনমান ছাত্ৰও। বিষয়বস্তু হৈছে এজন প্ৰতিভাধৰ। প্ৰতিভাধৰৰ প্ৰতিভা ৰৈ-বৈ গৈছে সেইসময়ৰ শিক্ষিতচামৰ মাজত। এয়া এজন গণিতৰ ছাত্ৰ কথা। ছাত্ৰজনৰ গণিতৰ চিন্তা-চৰ্চা বা তেওঁৰ চিন্তা-চৰ্চাৰ ধৰণ-প্ৰক্ৰিয়াই জনমানসত এক আমোদ...

  পাতনি   A-1 উল্কাসদৃশ অত্যুজ্জ্বল কেৰিয়াৰ : ঠিক এক উল্কাৰ দৰেই হঠাতেই ৰামানুজনৰ আৱিৰ্ভাৱ হৈছিল গণিতৰ আকাশমণ্ডলত, ঢাপলি মেলিছিল তেওঁৰ চুটি জীৱনটোৰে, নিজকে পূৰাই লৈছিল আৰু আঁতৰি গৈছিল সম-তাৎক্ষণিকতাৰে। তেওঁৰ গণিতৰ অকালপক্কতা বহুত আগতেই দৃষ্টিগোচৰ হৈছিল স্কুলত তেওঁৰ শিক্ষকসকলৰ দ্বাৰা আৰু তেওঁৰ ঘৰ-চহৰ কুম্বাকোনমৰ সমবয়সৰ ল’ৰাহঁতৰ যোগে। তেওঁৰ...

  মূল : এছ. ৰংগনাথন মুকলি অনুবাদ : খনীন চৌধুৰী প্ৰকাশক : অসম গণিত শিক্ষায়তন। প্ৰথম প্ৰকাশ : ১৭ জুলাই, ২০১১ সূচীপত্ৰ   অধ্যায় A -  ৰামানুজন- গণিতজ্ঞ আৰু মানুহজন অধ্যায় B -  ৰামানুজন এটা সাঁথৰ অধ্যায় C - অতি সক্ৰিয় কাল-১ অধ্যায় D - অৰ্থনৈতিক পৰ্যাপ্ততা অধ্যায় E - বিশ্ববিদ্যালয় পটভূমি অধ্যায় F  - ৰামানুজনৰ প্ৰবাসী...

গণিতক বিজ্ঞানৰ ৰাণী বুলিয়েই কওঁ। সেয়ে বিজ্ঞানৰ অইন শাখাসমূহৰ স’তে ইয়াক সম্পৰ্কত আভিজাত্য বজাই ৰখাই শ্ৰেয়। গণিতৰ মৰ্যাদা ক্ষুণ্ণ হ’ব পৰা কোনো ধৰণৰ সুযোগ অগাণিতিক চিন্তাৰ বিষয়ক দিব নালাগে। পিছে তথাপিও লুকুৱাব নোৱাৰাকৈ অন্তৰ্কন্দল প্ৰায়োগিক আৰু মৌলিক গণিতৰ মাজত বিদ্যমান। দুয়োটা শাখাৰেই এটাই আমটোক বিশ্বাসত...

  সাম্ৰাজ্যবাদী ব্ৰিটিছ সকলে অসম অধিকাৰ কৰাৰে পৰা অসমত শিক্ষাৰ এক নতুন ঢৌ প্ৰবাহিত হৈছিল। অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটীত বিদ্যালয় স্থাপনৰ লগতে অসমীয়াৰ বাবে বিলাতলৈ উচ্চ-শিক্ষা গ্ৰহণৰ বাট মুকলি হৈছিল। সেই সময়ত বিলাতলৈ গৈ শিক্ষা গ্ৰহণ কৰাটো এক শ্ৰেণী মানুহৰ বাবে সন্মানৰ কথা আছিল যদিও আন...

  ‘It is the man not the method that solves the problem.’ – H. Haschke. গণিতৰ ইতিহাস অনুধাৱন কৰিলে দেখা যায় যে বহু তীক্ষ্ণধী গণিতজ্ঞৰ জীৱন-কাল স্বল্প। নিলছ হেনৰিক আবেলৰ কথাই চোৱা যাওক। তেওঁ আয়ুস পাইছিল মাত্ৰ সাতাইছ বছৰ(১৮০২-১৮২৯ খ্ৰীষ্টাব্দ)। এই ক্ষন্তেকীয়া জীৱন-কালৰ ভিতৰতে তেওঁ গণিতৰ এনে...