সত্যৰ সন্ধানেই হৈছে বিজ্ঞান। নেদেখাটো চোৱা আৰু নুশুনাটো শুনা মানৱ জাতিৰ স্বাভাৱিক ইচ্ছা। অতীজৰ পৰাই মহাবিশ্বৰ সকলো ঘটনাক এক সূত্ৰৰ দ্বাৰা বান্ধিবলৈ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। মানৱ সমাজে বিজ্ঞান বিষয়ত অগ্ৰগতি লাভৰ সময়ৰে পৰা সকলো পদাৰ্থ মাটি, পানী, বায়ু আৰু জুইৰ দ্বাৰা গঠিত বুলি...

  ১৬২৩ খৃষ্টাব্দৰ ১৯ জুন তাৰিখে ফৰাচী দেশৰ ক্লেৰমন্ট-ফেৰান্দ নামৰ ঠাইত ব্লেইজ পাস্কেলৰ জন্ম হয়| তেওঁৰ দেউতাক এজন কৰ সংগ্ৰহকাৰী বিষয়া আছিল| পাস্কেল সৰুৰে পৰাই অতি তীক্ষ বুদ্ধিৰ আৰু অত্যন্ত মেধাবী আছিল| অতি সৰু কালতে তেওঁ বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰেৰে সকলোকে চমক খুৱাইছিল| তেওঁ পোনপ্ৰথমে প্ৰাকৃতিক আৰু...

আপুনি বাৰু পৃথিৱীৰ কিমান বিধ প্ৰাণী অথবা উদ্ভিদৰ নাম ক’ব পাৰিব? বোধকৰোঁ জানি আচৰিত হ’ব যে পৃথিৱীত এতিয়ালৈকে এক নিযুততকৈও অধিক ভিন্ন প্ৰজাতিৰ প্ৰাণী তথা উদ্ভিদ আৱিষ্কৃত হৈছে | আধুনিক বিজ্ঞানৰ ন ন পদ্ধতিৰ প্ৰয়োগেৰে বিজ্ঞানী সকলে এই বিচিত্ৰ জীৱ জগতৰ বিষয়ে নিতৌ নতুন তথ্যৰ...

বিংশ শতিকাৰ গণিতৰ ক্ৰমবিকাশত তেখেতৰ কামৰ এক প্ৰাথমিক স্থান আছিল আৰু এই শতিকাত তেখেতৰ শেষ লিখনিয়ে অনুপ্ৰেৰণা যোগায় শ্ৰীনিবাস ৰামানুজনৰ কাহিনীটো কুৰি শতিকাৰ এক “ক্ষুদ্ৰ কণাৰপৰা গাণিতীক দক্ষতা অৰ্জন”ৰ কাহিনী। তেখেতৰ এই সৰু জীৱনকালতে নিজৰ চিন্তাধাৰা আৰু জ্ঞানৰ ভঁড়ালৰ সহায়ত তেখেতে কুৰি শতিকাৰ গণিতৰ ৰূপ সলনি...

বাস্তৱ পৰিস্থিতি উচিতভাৱে অনুধাৱন কৰিব পৰাটো যথেষ্ট সহায়ক হয় যদিও জনমত সমীক্ষাৰ মূল ভেটি হ’ল সৰল গণিত আৰু পৰিসংখ্যাৰ সংমিশ্ৰণ ৭১ কোটিতকৈও অধিক ভোটাৰ থকা এখন দেশত মাথোঁ ৫০ হাজাৰ ভোটাৰৰ মতামতেই নিৰ্বাচনৰ ফল সম্পৰ্কে ভৱিষ্যদ্বাণী কৰিব পৰাকৈ কিদৰে পৰ্যাপ্ত হ’ব পাৰে? ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বেই অনুষ্ঠিত...

  বিজ্ঞান-প্ৰযুক্তিৰ সম্পৰ্কীয় প্ৰায় আটাইকেইটা বিষয়তে এনে বহুতো ছাত্ৰ-ছাত্ৰী থাকে যিসকলে স্নাতকোত্তৰ শ্ৰেণীত অন্তৰ্ভূক্ত নোহোৱালৈকে তেওঁলোকৰ ‘নিজৰ’ বিষয়টোৰ সম্পৰ্কত পাঠ্যপুথিৰ লেখাসমূহৰ বাহিৰে আন কোনো লেখা দেখা নোপোৱাকৈ থাকে। আগৰ সময়বোৰতেই যদি তেওঁলোকে পাঠ্যপুথিৰ বাহিৰেও আন আন মনোগ্ৰাহী লেখা কিছুমান পঢ়িবলৈ পালেহেঁতেন তেন্তে বিষয়টোৰ প্ৰতি তেওঁলোকৰ কৌতূহল...