২০১০ চনত, ভাৰতীয় টকা-চিহ্নৰ আধুনিক ধাৰণাৰ জন্মদাতা উদয় কুমাৰ ধৰ্মলিংগম ভাৰতবৰ্ষৰ এটি চিনাকি ব্যক্তিত্ব। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ব’ম্বেৰ ইণ্ডাষ্ট্ৰিয়েল ডিজাইন চেণ্টাৰ পৰা ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ সেই প্ৰতিষ্ঠানৰ পৰাই পি এইচ ডি ডিগ্ৰী লয়। সেই প্ৰতিষ্ঠানৰ পৰা ডিজাইনিঙত পি এইচ ডি লাভ কৰা তেঁৱেই...

সাক্ষাৎগ্ৰহণ : ড° প্রশান্ত কুমাৰ বৰদলৈ মুৰব্বী অধ্যাপক, ৰসায়ন বিভাগ, যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (JIST)।   প্রশ্ন: ‘চন্দ্রায়ান-১’ অভিযান প্রসংগত কথা-বতৰা আৰু পৰিকল্পনা কেতিয়া কৰা হৈছিল? উত্তৰ: সঁচা কথা ক’বলৈ হ’লে আমাৰ মহাকাশ বিভাগে চন্দ্ৰলৈ যে কেতিয়াবা এখন যান পঠিয়াব, সেই বিষয়ে মই সিমান আশাবাদী নাছিলোঁ। কাৰণ, সেয়া আছিল...

[সাক্ষাৎকাৰটি দুটা খণ্ডত ২৯ অক্টোবৰ, ২০১৫ আৰু ২ নৱেম্বৰ, ২০১৫ তাৰিখে অসমীয়া দৈনিক কাকত "নিয়মীয়া বাৰ্তা"ত প্ৰকাশ হৈছিল। নিয়মীয়া বাৰ্তাত প্ৰকাশিত মূল সাক্ষাৎকাৰটি আৰু তাৰ ইংৰাজী অনুবাদ "গণিত চ’ৰা"ত প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে সাক্ষাৎ গ্ৰহণ কৰোঁতা ড° স্তুতি ৰঞ্জিত কোঁৱৰ আৰু নিয়মীয়া বাৰ্তাৰ মুখ্য...

বি. জে. ভেংকটচালা, চি. আৰ. প্ৰাণেশ্বছৰ আৰু পৃথ্বিজীৎ দে যোৱা কেইবা বছৰ ধৰি আন্তৰ্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় দলৰ অধিনায়ক হিচাপে ভাগ লৈ আহিছে। হোমি ভাবা বিজ্ঞান শিক্ষা কেন্দ্ৰ (Homi Bhabha Centre for Science Education, HBCSE) ৰ দ্বাৰা ২০১৪ বৰ্ষৰ ডিচেম্বৰ মাহত উত্তৰ-পূব ভাৰতত আয়োজিত কেইটামান...

— অধ্যাপক দিলীপ কুমাৰ দত্ত   সাক্ষাৎ গ্ৰহণ : কুশল দত্ত     শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত চৰ্চা আৰু সত্য অন্বেষণ— এই চৰিত্ৰটোহে আমাৰ বাবে বৰ বেছি প্ৰয়োজন   ইমানদিনে আপোনাৰ কথা আমি শুনি আছিলোঁ। আপোনাৰ লেখা-মেলাৰ জৰিয়তে অৱশ্যে ইতিমধ্যেই আপোনাক পাই আহিছোঁ। কিন্তু ২০০৩ চনৰ বসন্ত কালৰ ঠিক এনেকুৱা এটা দিনতে আকস্মিকভাৱে...

প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ এজন প্ৰখ্যাত ভাৰতীয় ব্ৰহ্মাণ্ডবিজ্ঞানী (cosmologist)। গতানুগতিকতাৰ পৰা ফালৰি কাটি যিসকল ব্যক্তিয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, নাৰ্লিকাৰ সেইসকলৰ অন্যতম। পুণেৰ আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিঃপদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান, IUCAA (Inter University Center for Astronomy and Astrophysics)ৰ প্ৰতিস্থাপক সঞ্চালক প্ৰফেচৰ নাৰ্লিকাৰ বৰ্তমান সেই প্ৰতিষ্ঠানৰেঅৱসৰ-প্ৰাপ্ত অধ্যাপক...

শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...

কথোপকথনত যশস্বী উদ্ভাৱক উদ্ধৱ ভৰালী   সাক্ষাৎগ্ৰহণ : দীক্ষিতা শৰ্মা, ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য সংকলন : ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য   শতাধিক যন্ত্ৰৰ উদ্ভাৱক অসম গৌৰৱ উদ্ধৱ ভৰালী বৰ্তমান এটি পৰিচিত নাম। নিজৰ উদ্ভাৱনসমূহৰ জড়িয়তে তেখেতে দেশ-বিদেশৰ বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে। লক্ষ লক্ষ টকাৰ চাকৰি হেলাৰঙে প্ৰত্যাখ্যান কৰি কেৱল অসম আৰু অসমৰ মানুহৰ...