স্প্ৰীংডেল, পেন্‌ছিল্‌ভেনিয়া। এক সাধাৰণ গ্ৰাম্য পৰিৱেশত, প্ৰকৃতিৰ বুকুত তেনেই সৰলভাৱে জীৱন কটোৱা মাৰিয়া ফ্ৰেজিয়াৰ আৰু ৰবাৰ্ট ৱাৰ্ডেন কাৰ্ছনৰ জীৱনলৈ ১৯০৭ চনৰ ২৭ মে’ তাৰিখে সুখৰ হাঁহি নামি আহিল এগৰাকী কন্যা সন্তানৰ ৰূপত। ৰাছেল কাৰ্ছন বুলি নাম থোৱা এইগৰাকী কন্যাই মাক মাৰিয়াৰ পৰা পোৱা শিক্ষা আৰু...

[caption id="attachment_5809" align="alignleft" width="176"] ফটো উৎস[/caption] সম্পূৰ্ণ নাম: জন বাৰ্ডন ছেণ্ডাৰছন হেলডে’ন জন্ম: ৫ নৱেম্বৰ, ১৮৯২; অক্সফ’ৰ্ড, ইংলেণ্ড মৃত্যু: ১ ডিচেম্বৰ, ১৯৬৪, ভূৱনেশ্বৰ, ভাৰত পিতৃ: জন স্কট হেলডে’ন (শৰীৰবিজ্ঞানী) মাতৃ: লুইজা কেথলীন হেলডে’ন (গৃহিণী) প্ৰাথমিক শিক্ষা: অক্সফোৰ্ড প্ৰাক-প্ৰাথমিক স্কুল, ইটন স্কুল উচ্চ শিক্ষা: নিউ কলেজ, অক্সফ’ৰ্ড   জে. বি. এছ. হেলডে’নৰ পিতৃ আছিল এগৰাকী...

ব্যস্ততা, ব্যস্ততা আৰু ব্যস্ততা। অধ্যাপক হ'লোঁ বুলিয়েই মই মানুহ নহয় নেকি? যোৱা সপ্তাহত একেলগে সাতটা ক্লাছ আৰু আজি দেওবাৰটোতো বিশেষ পাঠদান। নোৱাৰি আৰু দেই! মোক অলপ বিশ্ৰাম লাগে। যানখনৰ বিশাল পৰ্দাখনৰলৈ চকু ফুৰালোঁ— এতিয়াও বিশ্ববিদ্যালয় পাবলৈ দুই আলোকবৰ্ষ আছে। অন্ততঃ তিনি-চাৰি ঘণ্টা আৰামত এঘুমটি মাৰিব...

পুৱা ৪.৩০ বজা। ৪০৩০ চন। পৃথিৱী। জেছমিনহঁতৰ ঘৰৰ ৱাল ঘড়ীটোৱে তেতিয়া ৪.৩০ বজাৰ সংকেত দিলে। লগে লগে তাইৰ শৰীৰটোৰ পাৱাৰ অন্ হ’ল। অৰ্থাৎ তাই সাৰ পালে। লগে লগে তাই নিজকে ইণ্টাৰনেটৰ সৈতে সংযোগ কৰি ল’লে আৰু ৰিচাৰ্জ ৰূমটোৰফালে আগবাঢ়ি গ’ল। আধা ঘণ্টাৰ কাৰণে তাই নিজৰ...

  কোষৰ সংবেদনশীলতা সন্দৰ্ভত কৰা গুৰুত্ত্বপূৰ্ণ গৱেষণাৰ বাবে দুজন মাৰ্কিন বিজ্ঞানী যথাক্ৰমে উত্তৰ কে’ৰলিনাৰ ডিউক ইউনিভাৰ্ছিটি মেডিকেল চেণ্টাৰৰ ৬৯ বছৰীয়া বিজ্ঞানী ৰবাৰ্ট জে. লেফকউইটজ আৰু কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি স্কুল অৱ মেডিচিনৰ ৫৭ বছৰীয়া বিজ্ঞানী ব্ৰায়ান কে. কবিলকাক ২০১২ বৰ্ষৰ ৰষায়ন বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰা...

  ১৯৬০ চনত ৰশ্মি জীৱবিজ্ঞানী (radiation biologist) টিক্‌ভা এল্‌পাৰ (Tikvah Alper)  আৰু গণিতজ্ঞ জন ষ্টেন্‌লি গ্ৰিফিথে ট্ৰেন্‌মিচিবোল্‌ স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Transmissible Spongiform Encephalopathie) নামৰ এক ৰোগ সম্পৰ্কে এই ধাৰণা আগবঢ়াইছিল যে এই ৰোগ কেৱল প্ৰ’টিন বা শ্বেতসাৰেৰে গঠিত এক অণুজীৱই সৃষ্টি কৰে | তেওঁলোকৰ এই ধাৰণাৰ কাৰণ...

আমাৰ দেশত সৰহভাগ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজতে এটা ধাৰণা প্ৰচলিত আছে যে জীৱবিজ্ঞান অধ্যয়নৰ বাবে গণিতৰ জ্ঞান অপৰিহাৰ্য্য নহয় | গতিকে গণিত বিষয়ত ভাল ফল দেখুৱাব নোৱাৰা ছাত্ৰ-ছাত্ৰীক সাধাৰণতে জীৱবিজ্ঞানৰ যিকোনো শাখাত অধ্যয়ন আৰু উচ্চ শিক্ষা গ্ৰহণৰ পৰামৰ্শ দিয়া হয় | কিন্তু এই ধাৰণাৰ বিপৰীতে...

  সত্যৰ সন্ধানেই হৈছে বিজ্ঞান। নেদেখাটো চোৱা আৰু নুশুনাটো শুনা মানৱ জাতিৰ স্বাভাৱিক ইচ্ছা। অতীজৰ পৰাই মহাবিশ্বৰ সকলো ঘটনাক এক সূত্ৰৰ দ্বাৰা বান্ধিবলৈ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। মানৱ সমাজে বিজ্ঞান বিষয়ত অগ্ৰগতি লাভৰ সময়ৰে পৰা সকলো পদাৰ্থ মাটি, পানী, বায়ু আৰু জুইৰ দ্বাৰা গঠিত বুলি...