আমাৰ মাজৰ কিমানজনে গম পায় যে সংবিধানৰ ৫২তম অধ্যায়(ক)ৰ ৪২তম সংশোধনী মতে “বৈজ্ঞানিক মানসিকতা, মানৱীয়তা আৰু অনুসন্ধানশীলতাৰ অনুশীলন কৰা প্ৰত্যেক নাগৰিকৰে এটা কৰ্তব্য”। অৰ্থাৎ, বৈজ্ঞানিক মানসিকতা অৱলম্বন কৰাটো বৰ্তমান সময়ত নিতান্তই প্ৰয়োজনীয় হোৱাৰ উপৰি সংবিধান মতেও ই প্ৰত্যেক নাগৰিকৰ দেশৰ প্ৰতি থকা মৌলিক কৰ্তব্যৰ ভিতৰত...

এচ. কেছৱেনে কৈছে যে যদি কোনো ব্যক্তি গভীৰভাৱে আকৃষ্ট গণিতৰ প্ৰতি তেন্তে তেওঁ সঁচাকৈ গণিতত এক সন্তুশজনক ভৱিষ্যত গঢ়িব পাৰিব। গণিতৰ এক দীঘলীয়া আৰু পৌৰাণিক পৰম্পৰা আছে। সুল্ভাসুত্ৰাচ, শাস্ত্ৰসন্মত পৰিৱৰ্ত্তন গঠনৰ বাবে ব্যৱহাৰ কৰা লিখনি, য’ত বহুতো গাণিতিক পৰিণাম আৰু গঠন আছে। এইবোৰতে পাইথাগোৰাচ সূত্ৰৰ এক...

পৰিসংখ্যা বিজ্ঞান কি? ‘Statistics’ শব্দটো লেটিন শব্দ ‘Status’ ৰ পৰা উদ্ভৱ হৈছে। পৌৰাণিক কালত একোখন ৰাজ্যৰ লগত জড়িত বিভিন্ন তথ্য সমূহকে পৰিসংখ্যা বুলি ধৰা হৈছিল। বৰ্তমান সময়ত অৱশ্যে ‘Statistics’ শব্দটো একবচন ‘Statistic’ শব্দটোৰে কোনো ব্যক্তি সমষ্টি সম্পৰ্কীয় সাংখ্যিকীয় তথ্যৰ সংগ্ৰহ, বিশ্লেষণ আৰু তাৎপৰ্য্য ব্যাখ্যা কৰা বিজ্ঞানক...

কেইজনমান উৎসাহী আৰু দূৰদৰ্শী গণিতৰ ছাত্ৰৰ ঐকান্তিক চেষ্টাত বৈদ্যুতিন মাধ্যমত উপলব্ধ হোৱাকৈ গণিতক অধিক সংখ্যকৰ ওচৰলৈ নিয়াৰ এক প্ৰচেষ্টা চলোৱা হৈছে। এনে এক প্ৰশংসনীয় কামত গণিতৰ ছাত্ৰ হিচাপে আমাৰো যদি অলপ কিবা বৰঙণি থকে তেনেহ’লে আমি অতিকে সুখী হ’ম বুলি ভাবিছিলোঁ। সেয়ে আমি আমাৰ দুখনমান...

“হে মোৰ সকলো শত্ৰু তোক নমস্কাৰ তোক বন্ধু ৰুপেহে চাওঁ তোৰে স’তে মোৰ সংঘাত লাগি মোৰ জীৱনতে ধুনীয়া প্ৰকাশ পাওঁ।” (জ্যোতিপ্ৰসাদ)   মানুহৰ জ্ঞানৰ সকলো শাখাৰ ক্ৰমবিকাশৰ আঁৰত লুকাই থকা মূলনীতিটো তথা মানুহৰ প্ৰতিভা বিকাশৰ আঁৰত লুকাই থকা সেই একে নীতিৰে এক মধুৰতম কাব্যিক প্ৰকাশ জ্যোতিপ্ৰসাদৰ এই কবিতাটো। জ্ঞানৰ বিভিন্ন শাখাত...

  গণিত প্ৰকৃতি অধ্যয়নৰ এক বিস্তৃত আৰু পৰিশীলিত অধ্যায়। মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে গণিতৰ প্ৰয়োগৰ বিশাল বিস্তৃতি লক্ষ্যণীয়। পুৱা উঠাৰ পৰা শোৱালৈকে আমি গণিতৰ প্ৰয়োগেৰে পৰিবৃত হৈ থাকোঁ। আজিকালি দেশৰ প্ৰগতি নিৰ্ভৰ কৰে আগতীয়াকৈ প্ৰস্তুত কৰা আঁচনিৰ ওপৰত। এই আঁচনিৰ সফল পৰিসমাপ্তি নিৰ্ভৰ কৰে শুদ্ধ আৰু...

গাউচ (Gauss) আছিল গণিতৰ সকলো শাখাতে অৰিহণা যোগোৱা গণিতজ্ঞ। গাউচৰ পিছত প্ৰায়োগিক আৰু বিশুদ্ধ গণিতৰ (Applied আৰু pure mathematics) প্ৰায় সকলো শাখাতে দখল আৰু অৰিহণা থকা গণিতজ্ঞ হ’ল ১৮৫৪ চনৰ ২৯ এপ্ৰিলত ফ্ৰান্সত জন্ম গ্ৰহণ কৰা ‘হেনৰি পইনকেয়াৰ’। হেনৰি পইনকেয়াৰেই বোধকৰো এনেধৰণৰ শেষ গণিতজ্ঞ। গণিতজ্ঞ...

গণিতক বিজ্ঞানৰ ৰাণী বুলিয়েই কওঁ। সেয়ে বিজ্ঞানৰ অইন শাখাসমূহৰ স’তে ইয়াক সম্পৰ্কত আভিজাত্য বজাই ৰখাই শ্ৰেয়। গণিতৰ মৰ্যাদা ক্ষুণ্ণ হ’ব পৰা কোনো ধৰণৰ সুযোগ অগাণিতিক চিন্তাৰ বিষয়ক দিব নালাগে। পিছে তথাপিও লুকুৱাব নোৱাৰাকৈ অন্তৰ্কন্দল প্ৰায়োগিক আৰু মৌলিক গণিতৰ মাজত বিদ্যমান। দুয়োটা শাখাৰেই এটাই আমটোক বিশ্বাসত...