সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ: ১৯৯৯ চনৰ জুলাই মাহ। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মহাকাশলৈ এটা মহাকাশ দূৰবীন পঠালে। দূৰবীনটোৰ নাম দিলে চন্দ্ৰ। চন্দ্ৰ নামটো ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন জ্যোতিৰ্পদাৰ্থবিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ সন্মানত দিয়া হৈছে। ইয়াৰ আগতে মহাকাশ অধ্যয়নৰ বাবে নাছাই এডুইন পাৱেল হাব'ল আৰু আৰ্থাৰ হলি কম্পটন নামৰ দুগৰাকী পৃথিৱীবিখ্যাত...

বহুসময়ত মানৱ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী বুলি অভিহিত এলবাৰ্ট আইনষ্টাইনৰ পিছৰ সময়ছোৱাত সবাতোকৈ জনাজাত, সৰ্বসাধাৰণ মানুহৰ মুখে মুখে চলি অহা বিজ্ঞানী এজনৰ নাম সুধিলে কাৰ কথা মনলৈ আহিব বাৰু? আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদ তত্ত্ব আৰু ভৰ-শক্তিৰ সমন্বয় সূত্ৰ, এই তত্ত্বই দিয়া অগতানুগতিক ফলাফলসমূহ অথবা তেওঁৰ জীৱনক...

বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি...

১৯৫২ চন। ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি চেইম ৱাইজমেনৰ মৃত্যু হ’ল। এজন নতুন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন। দেশৰ এই সৰ্বোচ্চ পদটি কাক যাঁচিব এই লৈ ইজৰাইলীসকলৰ মাজত বহুত গুণাগঁথা চলিল। সকলোৰে কিন্তু মত একেটাই, যিজন ইহুদীয়ে বিজ্ঞান জগতলৈ অলেখ বৰঙণি আগবঢ়াই বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীৰূপে স্বীকৃতি পাইছে, তেওঁকেই এই আসনত...

এইচ. জি. ৱেলছে তেওঁৰ "ৱাৰ অৱ দা ৱৰ্ল্ডছ" গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল। লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল। শেষত যেনিবা এবিধ অণুজীৱৰ...

আমি সততে বতৰৰ আগলি-বতৰা কাকত আৰু টি.ভি.ৰ বাতৰিত পাওঁ। বহুসময়ত পিছে এই আগলি-বতৰা বিলাক আচল বতৰৰ স’তে অমিল হোৱা দেখা যায়। আচলতে, বতৰৰ পূৰ্বানুমানৰ বাবে কিছুমান জটিল গাণিতীক পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পূৰ্বানুমানসমূহ প্ৰায়ে সঠিক নোহোৱাৰ কাৰণ সাধাৰণজনে আয়ত্ব কৰিবলৈ এটা ধেমেলীয়া ব্যাখ্যা আছে— ধৰি...

[caption id="attachment_5828" align="alignleft" width="285"] ফটো উৎস[/caption] সম্পূৰ্ণ নাম: আগষ্টা আডা বাইৰন, পাছলৈ আগষ্টা আডা কিং জন্ম: ১০ ডিচেম্বৰ, ১৮১৫; লণ্ডন, ইংলেণ্ড মৃত্যু: ২৭ নৱেম্বৰ, ১৮৫২; লণ্ডন, ইংলেণ্ড পিতৃ: লৰ্ড বাইৰন (কবি) মাতৃ: এনি ইছাবেল বাইৰন (গৃহিণী) প্ৰাথমিক শিক্ষা: ঘৰতে, বিভিন্ন গৃহ-শিক্ষকৰ তত্বাৱধানত   আডা বাইৰনৰ জন্মৰ এমাহৰ পাছতে পিতৃ-মাতৃৰ বিচ্ছেদ হয় আৰু আডাই...