নিউক্লীয় পদাৰ্থবিজ্ঞানত গৱেষণা কৰাৰ উদ্দেশ্য এবাৰ এজন ছাত্ৰই বিজ্ঞানী ৰাডাৰফ'ডৰ কাষ চপাত, ৰাডাৰফ'ডৰ নিৰাশাজনক উত্তৰটো আছিল এনেধৰণৰ— "গৱেষণাৰ বেলেগ ক্ষেত্ৰ বিচাৰা...

বিৱৰ্তনৰ জৰিয়তে প্ৰথম আদিম মানুহ (Homo erectus), তাৰ পাছত আধুনিক বা চিন্তাশীল মানৱ (Homo sapiens) আৰু শেষত আহিছিল কাৰিকৰী মানৱ (Homo faber)৷ এই বিৱৰ্তনৰ প্ৰক্ৰিয়াতে মানুহে চিন্তাৰ ক্ষমতা লাভ কৰিছিল, লাভ কৰিছিল “গাঠনিকভাৱে বিৰোধসমৰ্থ বৃদ্ধাঙ্গুষ্ঠি”৷ বিৱৰ্তন প্ৰক্ৰিয়াত গাঠনিক পৰিৱৰ্তনৰ ফলত মানুহৰ হাতখনে নিৰ্মাণ কৰাৰ বা...

ভাৰতৰ জনমানসত শনিৰ দৃষ্টি অতি ভয়ানক৷ পৰীক্ষাৰ ফলাফল ভাল নহ’লে, পঢ়িব নোৱাৰিলে, বিয়া-বাৰুৰ “যোগ নাহিলে", কামত বিফল হ'লে সন্দেহৰ আঙুলি যোৱা গ্ৰহটোৱেই হৈছে শনি৷ মহাকাশ বিজ্ঞানৰ বিস্ময়কৰ অভিযানসমূহৰ আগতেও শনি গ্ৰহ অমংগলৰ কাৰক বুলি ধৰা হৈছিল আৰু আজিৰ মহাকাশ বিজ্ঞানৰ চূড়ান্ত অগ্ৰগতিৰ সময়তো সেই একেই ধাৰণা, একেই...

১৮৫৩ চনৰ পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) এটা দৰিদ্ৰ পৰিয়াল৷ দুবেলা-দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া সেই পৰিয়ালটোৰ উপাৰ্জনৰ ৰাস্তা আছিল কেৱল এখন গেলামালৰ দোকান৷ এনে এক দৰিদ্ৰতাৰ বতাহজাকৰ মাজতে আকৌ সেই পৰিয়ালটোলৈ আলহী হৈ আহিল পঞ্চমটি সন্তান৷ সাধাৰণ গেলামালৰ দোকানখনেৰে পৰিয়াল পোহ-পাল দি থকা দেউতাকে পঞ্চমটি সন্তানৰ...

আধুনিক কালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম এজন হৈছে ষ্টিফেন হকিং৷ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যসমূহ বৈজ্ঞানিক পদ্ধতিৰে অনুধাৱন কৰিবলৈ যত্ন কৰা বিজ্ঞানীগৰাকীয়ে জীৱন্ত কালতেই “চেলিব্ৰিটি ষ্টেটাজ” লাভ কৰিছে৷ বিজ্ঞানৰ উল্লেখযোগ্য তত্ত্বসমূহৰ উপৰি একৈশ বছৰ বয়সতেই 'মটৰ নিউৰন' নামৰ দুৰাৰোগ্য ব্যাধিয়ে কোঙা কৰি পেলোৱা নিষ্প্ৰাণ শৰীৰটোৰ লগত তেওঁৰ তেজস্বী...