প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে জাৰ্মানীৰ এজন অভিযন্তা আৰ্থাৰ স্কিৰবিয়াছে ‘এনিগ্‌মা’ (Enigma) নামৰ এটি বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ সাজি উলিয়াইছিল৷ প্ৰধানতঃ সামৰিক বাহিনীৰ আভ্যন্তৰীণ যোগাযোগ কৌশলপূৰ্ণ আৰু বিপদশূন্য কৰাৰ স্বাৰ্থতেই এই বিশেষ সংকেতসূচক যন্ত্ৰবোৰ জাৰ্মানীয়ে ব্যৱহাৰ কৰিছিল৷ ‘এনিগ্‌মা’ নামৰ অভিনৱ আৰু শক্তিশালী বাৰ্তাপ্ৰেৰক যন্ত্ৰটোৰ দ্বাৰা প্ৰেৰণ কৰা বাৰ্তা...

“I regard the brain as a computer which will stop working when its components fail. There is no heaven or afterlife for broken-down computers; that is a fairy story for people afraid of the dark.” — Stephen Hawking. পঞ্চম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক এটা ডিজিটেল কেলকুলেটৰ...

জনপ্ৰিয় ‘মটিভেচনেল স্পীকাৰ’ সন্দীপ মহেশ্বৰীয়ে জীৱনত বিজয়ী হোৱা আৰু পৰাস্ত হোৱা — এই দুই প্ৰকৃতিৰ মানুহৰ মানসিকতাৰ প্ৰভেদ সম্বন্ধে ব্যাখ্যা আগবঢ়াই এখন ছেমিনাৰত কেতবোৰ অনুপ্ৰেৰণাদায়ক কথা কৈছিল৷ তাৰ ভাৱাৰ্থ আছিল— “জীৱনত পৰাস্ত হোৱা যি কোনো এজন মানুহৰ কাষলৈ আপুনি গ’লে সেই মানুহজনে অজুহাতৰ দীঘলীয়া তালিকা...

পৃথিৱীৰ পৰা ৫০ নিযুত কিলোমিটাৰতকৈও অধিক নিলগত থকা ৰঙা গ্ৰহ— নাম মংগল৷ ধৰি  লওক, আপুনি এইমুহূৰ্তত মংগল গ্ৰহত আছে৷ মংগলৰ ভূখণ্ডত চলি থকা নাছাৰ এক ঐতিহাসিক অভিযানৰ আপুনি এজন অন্যতম সদস্য৷ মংগলৰ মাটি, পানী, বায়ু, জলবায়ু আৰু জীৱৰ অস্তিত্ব সম্বন্ধীয় বিচিত্ৰ তথ্যৰ অনুসন্ধান, অন্বেষণ আৰু...

আধুনিক কালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম এজন হৈছে ষ্টিফেন হকিং৷ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যসমূহ বৈজ্ঞানিক পদ্ধতিৰে অনুধাৱন কৰিবলৈ যত্ন কৰা বিজ্ঞানীগৰাকীয়ে জীৱন্ত কালতেই “চেলিব্ৰিটি ষ্টেটাজ” লাভ কৰিছে৷ বিজ্ঞানৰ উল্লেখযোগ্য তত্ত্বসমূহৰ উপৰি একৈশ বছৰ বয়সতেই 'মটৰ নিউৰন' নামৰ দুৰাৰোগ্য ব্যাধিয়ে কোঙা কৰি পেলোৱা নিষ্প্ৰাণ শৰীৰটোৰ লগত তেওঁৰ তেজস্বী...

লুচি: “The average person uses 10% of their brain capacity. Imagine what she could do with 100%.” ২০১৪ চনত মুক্তি লাভ কৰা লুক বেছনৰ কাহিনী আৰু পৰিচালনাৰে পুষ্ট লুচি(Lucy) নামৰ জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে সফল কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প’ষ্টাৰত ব্যৱহৃত হোৱা টেগলাইন আছিল উক্ত বাক্য দুশাৰী৷ তথ্যসমৃদ্ধ টেগলাইনটিয়ে এচাম...

গুড উইল হাণ্টিং বিশ্বখ্যাত মাছাচুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এজন গণিতৰ অধ্যাপকে শিক্ষাৰ্থীসকলৰ মেধা আৰু বুদ্ধিমত্তা জুখি চোৱাৰ উদ্দেশ্যে এটা জটিল অংক শ্ৰেণীকোঠাৰ বাহিৰৰ ব’ৰ্ডখনত লিখি থৈ আহে৷ প্ৰশ্নটো লিখি থৈ অহাৰ কেইটামান ঘণ্টাৰ পাছতেই অংকটোৰ শুদ্ধ সমাধান বৰ্ডত দৃষ্টিগোচৰ হ’ল৷ অংকৰ প্ৰফেছাৰ গেৰাল্ড লেম্বুউৰ চকু কপালত৷...

সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ: ১৯৯৯ চনৰ জুলাই মাহ। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মহাকাশলৈ এটা মহাকাশ দূৰবীন পঠালে। দূৰবীনটোৰ নাম দিলে চন্দ্ৰ। চন্দ্ৰ নামটো ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন জ্যোতিৰ্পদাৰ্থবিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ সন্মানত দিয়া হৈছে। ইয়াৰ আগতে মহাকাশ অধ্যয়নৰ বাবে নাছাই এডুইন পাৱেল হাব'ল আৰু আৰ্থাৰ হলি কম্পটন নামৰ দুগৰাকী পৃথিৱীবিখ্যাত...