কিছুদিনৰ আগতে দৈনিক অসমীয়া বাতৰি কাকত এখনত এটা প্ৰৱন্ধ পঢ়িছিলোঁ৷ প্ৰবন্ধটোৰ শিৰোনাম আছিল "জ্যোতিষশাস্ত্ৰ বিজ্ঞান নে অন্ধবিশ্বাস"৷ লেখক গৰাকীয়ে মূলতঃ জ্যোতিষৰ সাৰমৰ্মৰ কথা কৈ জনমানসত তাৰ প্ৰভাৱ পেলাবলৈ বিজ্ঞানৰ ধাৰণাসমূহক কিছুমান অযুক্তিকৰ সমালোচনা কৰা দেখা গৈছিল৷ বিজ্ঞানৰ সীমাবদ্ধকতাৰ কথা ক'বলৈ গৈ তেওঁ কিছুমান অস্পষ্ট ধাৰণাৰ...

"এজন খেতিয়কৰ ট্ৰেক্টৰ এখন বেয়া হৈ ৰাস্তাত ৰৈ আছিল, উপায়হীনতাত। তেনেতে আনফালৰ পৰা অহা এজন মানুহে তেওঁক অসুবিধাৰ কথা সুধিলে আৰু নিস্পত্তিৰ উপায় বিচৰাত সহায় কৰিম বুলি ক'লে। অতি কম সময়ৰ অন্তত, খুব কম পৰিশ্ৰমতেই সমস্যা সমাধা হ'ল। তাৰ পিছত খেতিয়কজনে তেওঁক মাননীৰ কথা সোধাত...

নিউক্লীয় পদাৰ্থবিজ্ঞানত গৱেষণা কৰাৰ উদ্দেশ্য এবাৰ এজন ছাত্ৰই বিজ্ঞানী ৰাডাৰফ'ডৰ কাষ চপাত, ৰাডাৰফ'ডৰ নিৰাশাজনক উত্তৰটো আছিল এনেধৰণৰ— "গৱেষণাৰ বেলেগ ক্ষেত্ৰ বিচাৰা...

বিৱৰ্তনৰ জৰিয়তে প্ৰথম আদিম মানুহ (Homo erectus), তাৰ পাছত আধুনিক বা চিন্তাশীল মানৱ (Homo sapiens) আৰু শেষত আহিছিল কাৰিকৰী মানৱ (Homo faber)৷ এই বিৱৰ্তনৰ প্ৰক্ৰিয়াতে মানুহে চিন্তাৰ ক্ষমতা লাভ কৰিছিল, লাভ কৰিছিল “গাঠনিকভাৱে বিৰোধসমৰ্থ বৃদ্ধাঙ্গুষ্ঠি”৷ বিৱৰ্তন প্ৰক্ৰিয়াত গাঠনিক পৰিৱৰ্তনৰ ফলত মানুহৰ হাতখনে নিৰ্মাণ কৰাৰ বা...

ভাৰতৰ জনমানসত শনিৰ দৃষ্টি অতি ভয়ানক৷ পৰীক্ষাৰ ফলাফল ভাল নহ’লে, পঢ়িব নোৱাৰিলে, বিয়া-বাৰুৰ “যোগ নাহিলে", কামত বিফল হ'লে সন্দেহৰ আঙুলি যোৱা গ্ৰহটোৱেই হৈছে শনি৷ মহাকাশ বিজ্ঞানৰ বিস্ময়কৰ অভিযানসমূহৰ আগতেও শনি গ্ৰহ অমংগলৰ কাৰক বুলি ধৰা হৈছিল আৰু আজিৰ মহাকাশ বিজ্ঞানৰ চূড়ান্ত অগ্ৰগতিৰ সময়তো সেই একেই ধাৰণা, একেই...

মুম্বাইৰ সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালৰ জীয়ৰী আমলা ৰুইয়া এগৰাকী সমাজ সেৱিকা৷ ৰাজস্থানত তেখেত জলমাতা ৰূপে খ্যাত৷ পৰম্পৰাগত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানী সংগ্ৰহণ) কৌশল প্ৰয়োগৰ জৰিয়তে দুই লক্ষাধিক স্থানীয় লোকৰ সহযোগত বছৰি তিনিশ কোটি টকা উপাৰ্জনেৰে ৰাজস্থানৰ শতাধিক গাওঁলৈ পৰিৱৰ্তন আনিছিল এইগৰাকী উদ্যমী মহিলাই৷ এসময়ত খৰাং বতৰ,...

“Solitude matters, and for some people, it’s the air they breathe.” - Susan Cain. “তই ইমান ব’ৰ কিয়? মানুহৰ লগত কথাকে পাতিব নোখোজ যে৷ অলপ ছ’ছিয়েল হ’বলৈ শিকিবিচোন৷” “কি ছোৱালী অ’ এইজনী! মাত এটা দিবলৈ ওলাই নাহিল! নিবোকা-চামোন ক’ৰবাৰ!” “ল’ৰা-ছোৱালী ইমান লাজুকৰীয়া হ’লে নহ’ব ডাঙৰীয়া৷ ল’ৰাটোক অলপ স্মাৰ্ট...